--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুঁহিয়াৰ চেপা দি চীনক চেপিছে কোভিডে। ব্ৰিটেইনৰ স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে  যে চীনত এতিয়া কোভিডৰ ছবি খন ইমানেই ভয়াৱহ হৈ পৰিছে যে জানুৱাৰী মাহত প্ৰতিদিনেই দেশ খনত কমেও ২৫ হাজাৰকৈ লোকে মৃত্যুক সাৱটি ল’ব। এতিয়া দেশত প্ৰতিদিনে ৯,০০০কৈ  লোক কোভিড-১৯ ত মৃত্যুমুখত পৰিছে বুলি খবৰ পোৱা গৈছে। চীনৰ চৰকাৰে ইতিমধ্যে কোভিডৰ তথ্য ৰাজহুৱা কৰা বন্ধ কৰিছে।

যোৱা সপ্তাহতমৃত্যুৰ সংখ্য ৫,০০০ৰ তলত আছিল আছিল বুলিও ব্ৰিটেইনৰ গৱেষকসকলে কৈছে। নিৰ্দিষ্ট গাণিতিক আৰ্হিৰ ওপৰত আধাৰ  কৰি বিশেষজ্ঞসকলে দাবী কৰিছে যে ১৩ জানুৱাৰীত কোভিড-১৯ সংক্ৰমণৰ চীনত সৰ্বোচ্চ শিখৰত  উপনীত হ'ব। 

সেইদিনা দেশ খনত  ৩ কোটি ৮ লাখ লোক কোভিডত সংক্ৰমিত হ'ব পাৰে। সৰ্বাধিক সংখ্যক মৃত্যুৰ খবৰ ২৩ জানুৱাৰীতেই পোৱা যাব  পাৰে। সেইদিনা ২৫,০০০ লোক কোভিডৰ ফলত মৃত্যুবৰণ কৰিব পাৰে। তেনে ক্ষেত্ৰত লেই সময়ত চীনত কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হ'ব ৫ লাখ ৮৪  হাজাৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ