--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছন্দ হেৰাল ৰোহিত শৰ্মাৰ৷ শেহতীয়াকৈ আইপিএলত পঞ্জাৱ কিংছৰপিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধেও কোনো ৰান নোহোৱাকৈ আউট হয় মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকী। আজি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত নামি শূণ্য ৰাণত আউট হৈয়েই তেওঁ আই পি এলত লজ্জাজনক অভিলেখ গঢ়ে৷

শনিবাৰে চেন্নাইৰ বিৰুদ্ধে কোনো ৰান কৰিব নোৱাৰিলে তেওঁ।  ইয়াৰ লগে লগে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে আই পি এলত ১৬ বাৰৰ বাবে কোনো ৰাণ নকৰাকৈয়ে আউট হয়।

তিনি নম্বৰ স্থানত বেটিং কৰিবলৈ আহি তিনিটা বল খেলাৰ পাছতে তেওঁ খালী হাতেৰে ড্ৰেছিং ৰুমলৈ উভতি যাব লগা হয়। এই পৰ্যন্ত চলিত আই পি এলত ১০খন মেচত মাত্ৰ ১৮৪ ৰান সংগ্ৰহ কৰিছে ৰোহিতে।  অৰ্জন কৰিছে মাত্ৰ এটা অৰ্ধশতক।

এতিয়ালৈকে আইপিএলত শূন্য ৰাণত আউট হোৱাৰ অভিলেখ আছিল তিনিজন ক্ৰিকেটাৰ। তেওঁলোক হৈছে- সুনীল নাৰিন, দীনেশ কাৰ্তিক আৰু মনদ্বীপ সিং। আই পি এলত ১৫ বাৰ শূন্য ৰাণত আউট হৈছে এওঁলোক৷ শনিবাৰে তেওঁলোকক অতিক্ৰম কৰিলে ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে