--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেশ্বন শ্ব’ত ৰেম্পৱাক কৰোতে পশ্চিমীয়া পোছাক পৰিহিতা মডেলৰ শিৰত দেখা গ’ল সেন্দূৰ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ফেশ্বন উইকত দেখা গ’ল এই দৃশ্য।

নেপালী-আমেৰিকান ডিজাইনাৰ প্ৰবাল গুৰুঙে এই ফেশ্বন ট্ৰেণ্ড আৰম্ভণি কৰিছে। তেওঁ হিন্দু ধৰ্মীসকলৰ ৰীতি-নীতিসমূহ ফেশ্বন জগতলৈ লৈ গৈছে। নিজে উদ্ভাৱন কৰা সাজ-সজ্জাৰ মাজেৰে হিন্দু ৰীতি-নীতিৰ আভাস দাঙি ধৰিছে তেওঁ। সেইবাবেই বিদেশী মডেলক সেন্দূৰ পৰিধান কৰোৱা হৈছে।



প্ৰবালে নেপালৰ ‘অনিচা’ শৈলীৰ সৈতে পশ্চিমীয়া সাজ-পোছাকৰ সংমিশ্ৰণ ঘটাইছে। নেপালৰ ‘অনিচা’ পৰম্পৰাত বিবাহিতা মহিলাসকলে সেন্দূৰ লয়। সেইবাবেই প্ৰবাল গুৰুঙে পশ্চিমীয়া পৰিধানৰ লগত মিলাকৈ বিদেশী মডেলসকলৰ শিৰত সেন্দূৰ পৰিধান কৰোৱাইছিল। কেৱল ৰঙা নহয়, বগা আৰু গোলাপী ৰঙৰ সেন্দূৰো ফেশ্বন শ্ব’টোত দেখা গ’ল।

প্ৰবালে এক সাক্ষাৎকাৰত কয়, "নেপালত সেন্দূৰৰ দ্বাৰা স্বামীৰ অস্তিত্বৰ ইংগিত দিয়া হয়। স্বামীৰ মৃত্যুৰ পিছত সেয়া মচি পেলোৱা হয়। মই মোৰ ডিজাইনৰ জৰিয়তে বুজাব বিচাৰিছিলো যে জীৱনত একোৱেই নিৰন্তৰ নহয়, সেয়ে জীৱনৰ পৰিৱৰ্তনক ভয় কৰি আগবাঢ়ি যোৱা উচিত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা