--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নহ'ল তেওঁৰ। ভোটগ্ৰহণৰ পূৰ্বেই  মৃত্যুক সাৱটিলে এগৰাকী প্ৰাৰ্থীয়ে।মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ বহুজন সমাজ পাৰ্টিৰ (বিএছপি) প্ৰাৰ্থী অশোক বলৱীৰ মঙলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ইয়াৰ পিছতে  নিৰ্বাচন আয়োগে সমষ্টিটোত ভোটদানৰ তাৰিখ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে।

বেতুলৰ জিলা দণ্ডাধীশ আৰু জিলা নিৰ্বাচন বিষয়া নৰেন্দ্ৰ কুমাৰ সূৰ্যবংশীয়ে সমষ্টিটোত ভোটগ্ৰহণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।  তেওঁ বুধবাৰে এটা নতুন ভোটদান ৰ দিন ঘোষণা কৰে। তেওঁ কয়  যে সমষ্টিটোত ভোটগণনা আগতে ঘোষণা কৰা অনুসৰি ৪ জুনতে কৰা হ'ব । আসনখনত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল।  কিন্তু   এতিয়া তুল লোকসভা সমষ্টিত ৭ মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জিলা নিৰ্বাচন বিষয়া সূৰ্যবংশীয়ে বুধবাৰে কয়।

 জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ -ৰ ধাৰা ৫২ অনুসৰি  ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত কোনো স্বীকৃত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মৃত্যুৰ ক্ষেত্ৰত নিৰ্বাচন স্থগিত ৰখাটো বাধ্যতামূলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement