--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয়ৰ উপৰিও শেহতীয়াকৈ তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত ভ্ৰমণ আৰম্ভ কৰিছে। কংগনা হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী। জোৰদাৰভাৱে চলি আছে নিৰ্বাচনী প্ৰচাৰ। শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ‘ভাইৰেল’ হৈছিল। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে প্ৰচাৰৰ সময়ত নিজকে অমিতাভ বচ্চনৰ সৈতে তুলনা কৰিছে।

কংগনাৰ ভাষাত, "মোৰ ওপৰত গোটেই দেশ স্তম্ভিত হৈ পৰিছে! ৰাজস্থান হওক বা পশ্চিমবংগ হওক, দিল্লী হওক বা মণিপুৰ হওক, য’তেই যাওঁ তাতেই পাওঁ অপৰিসীম মৰম আৰু সন্মান। শপত খাই কওঁ, অমিতাভ বচ্চনৰ পিছত যদি কাৰোবাক উদ্যোগটোত ইমান সন্মান দিয়া হয়, সেয়া মই।’-কংগনাই কয়।

কেৱল তেওঁৰ জনপ্ৰিয়তাইহে অমিতাভ বচ্চনৰ জনপ্ৰিয়তাৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে, দাবী কংগনাই! তেওঁৰ এই মন্তব্যৰ পিছতে ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে বালি অভিনেত্ৰীগৰাকী। তাক লক্ষ্য কৰি এটাৰ পিছত এটা বাক্য আহিবলৈ ধৰিলে। অমিতাভ বচ্চনৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ কংগনা ৰানাৱতৰ জনপ্ৰিয়তাক ৰাখিবলৈ দৰ্শকে অনিচ্ছুক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী