--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী অভিনেত্ৰী চাদিয়া খানৰ প্ৰেমত পৰিছে নেকি শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান? সামাজিক মাধ্যমত দুয়োগৰাকীৰ এখন ফটো শ্বেয়াৰ হোৱাৰ পাছতে এই চৰ্চা আৰম্ভ হৈছে।

কেইদিনমান আগতে শুনা গৈছিল যে বলীউডৰ 'আইটেম গাৰ্ল' নোৰা ফাতেহীৰ সৈতে আৰিয়ানৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে চাদিয়াৰ সৈতে আৰিয়ানৰ ফটো ভাইৰেল হৈ পৰিছে। 



তাৰপাছতে আৰিয়ানে ডুবাইত নৱবৰ্ষৰ পাৰ্টিত হাঁহি ভৰা মুখেৰে ছাদিয়াৰ সৈতে ফটো উঠে। ক'লা পোছাক পিন্ধা ছাদিয়া, মেৰুন টি-চাৰ্ট আৰু বগা জেকেট পিন্ধা আৰিয়ান খান।

উল্লেখ্য যে শ্বাহৰুখৰ পুত্ৰক বলিউডৰ তাৰকা খচিত পাৰ্টিসমূহত প্ৰায় দেখা পোৱা যায়। তেওঁৰ ব্যক্তিগত জীৱনক লৈও উত্তেজনাৰ কোনো অন্ত নাই। নোৰাৰ সৈতে আৰিয়ানক এটা পাৰ্টিত একেলগে দেখাৰ পৰাই তেওঁলোকক লৈ কৌতূহলৰ সৃষ্টি হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement