--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনটো শেষ হোৱাৰ সময় চমু চাপি আহিছে। কেইদিনমানৰ পাছত নতুন বছৰটোৱে টোকৰ মাৰিব। সকলোৱে আশা কৰে যে নতুন বছৰটোৱে তেওঁলোকৰ বাবে সুখ আৰু নতুন আশা কঢ়িয়াই আনিব। বাস্তুশাস্ত্ৰ অনুসৰি ১ টকাৰ লগত জড়িত এটা যাদুকৰী কৌশল আছে, যাৰ সহায়ত আপুনি আগন্তুক বছৰটো আপোনাৰ বাবে ভাগ্যৱান কৰি তুলিব পাৰে। সেই কৌশলটো কি জানো আহক।

আপোনাৰ পকেট সদায় টকাৰে ভৰি থাকিব

বহু কষ্টৰ পাছতো যদি মাহ আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ পকেট খালী হৈ যায়, তেন্তে আপুনি এটা টকাৰ মুদ্ৰাৰ প্ৰতিকাৰ কৰিব পাৰিব। ইয়াৰ বাবে পাৰ্চ বা পকেটত এটকাৰ মুদ্ৰা আৰু ময়ূৰৰ পাখি ৰাখক। এনে কৰিলে আপোনাৰ পাৰ্চটো সদায় টকাৰে ভৰি থাকিব আৰু উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব।

দীৰ্ঘদিনীয়া ৰোগৰ পৰা সকাহ পাব

যি পৰিয়ালত এজন ব্যক্তি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে, তেওঁলোকেও এই অলৌকিক প্ৰতিকাৰ চেষ্টা কৰিব পাৰে। ইয়াৰ বাবে আপুনি ৰোগীৰ মূৰশিতানত এটা বাতিত এটা এটকীয়া মুদ্ৰা আৰু সন্ধ্যা নিমখ(rock salt) ৰাখক। ইয়াৰ পিছত ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ উন্নতি হ’বলৈ আৰম্ভ কৰিব।

চাকৰি-ব্যৱসায়ৰ সমস্যাবোৰ নাইকিয়া হৈ যাব

যদি আপুনি চাকৰি-ব্যৱসায়ত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এক টকাৰ মুদ্ৰা লগত জড়িত কৌশলটো আপোনাৰ বাবে অতি উপযোগী হ’ব। ইয়াৰ বাবে এমুঠি চাউল আৰু এটকাৰ মুদ্ৰা লৈ এটা মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিব। ইয়াৰ পিছত ঈশ্বৰৰ সন্মুখত আপোনাৰ সমস্যাবোৰ কওক আৰু সেইবোৰ আঁতৰাবলৈ প্ৰাৰ্থনা কৰক। তাৰপাছত সেই চাউল আৰু মুদ্ৰা দুখীয়া মানুহক দান কৰক। এনে কৰিলে আপোনাৰ সমস্যা ক্ৰমান্বয়ে আঁতৰি যাবলৈ আৰম্ভ কৰিব।

এই উপায়সমূহৰ কথা এনেদৰে বাস্তুশাস্ত্ৰত লিখা আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা