--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন মেচতে অভিলেখ স্থাপন কৰিলে ক্ৰিকেট তাৰকা বিৰাট কোহলিয়ে৷

দুটাকৈ ৰেকৰ্ড গঢ়ে ভাৰতৰ তাৰকা ক্ৰিকেটাৰগৰাকীয়ে৷ বিশ্বকাপত কেচ আয়ত্তত অনিল কুম্বলেৰ ৰেকৰ্ড ভাঙিলে কোহলীয়ে৷

১৫টা কেচ আয়ত্তৰে কুম্বলেৰ ৰেকৰ্ড ভংগ কোহলীৰ৷ ৰাণ অতিক্ৰমীত শচীন-ৰিকি পণ্টিঙৰো ৰেকৰ্ড ভংগ কৰে কোহলীয়ে৷ দ্বিতীয় ইনিংছত বেটিং কৰি বৰ্তমানলৈ সংগ্ৰহ ৫,৫১৭ ৰাণ৷ ৰাণ অতিক্ৰমীত তেণ্ডুলকাৰৰ সংগ্ৰহ আছিল ৫,৪৯০ ৰাণ৷ ৰিকি পণ্টিঙে সংগ্ৰহ কৰিছিল ৪,১৮৪ ৰাণ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান