--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰাখণ্ডৰ আলমৰাত জন্মগ্ৰহণ কৰা ভাৰতীয় বেডমিণ্টন৷জগতৰ উদীয়মান তাৰকা লক্ষ্য সেনৰ অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপত দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলো ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰিছে৷মাত্ৰ একুৰি বয়সৰ দেওনা অতিক্ৰম কৰা ভাৰতীয় খেলুৱৈ গৰাকীয়ে ইতিপূৰ্বেই ২০২২ চনৰ কমনৱেলথ গেমচ্ ত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰে৷

শেহতীয়া হৈ থকা অল ইংলেণ্ড অপেন  বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৩ত তাৰকা লক্ষ্য সেনে আৰম্ভণি ৰাউণ্ড জিকিবলৈ বেডমিণ্টনৰ অবিশ্বাস্য ৰিফ্লেক্স ডিফেন্স প্ৰদৰ্শন কৰে৷

মঙলবাৰে অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপত এক সুন্দৰ অভিষেকৰ পিছত লক্ষ্য সেনৰ দীৰ্ঘদিনীয়া প্ৰশিক্ষক বিমল কুমাৰে কয় যে, "তেওঁ দীৰ্ঘদিনৰ পিছত এক তাৰকাৰ দৰে খেলিছিল আৰু মই তেওঁৰ বাবে সুখী।" 

অল ইংলেণ্ডৰ আৰম্ভণি ৰাউণ্ডত লক্ষ্য সেনৰ প্ৰতিদ্বন্দ্বী চৌ টিয়েন চেনৰ ২১-১৮, ২১-১৯ এই স্কৰক অতিক্ৰম কৰাৰ বাবে লক্ষ্য সেনৰ আত্মবিশ্বাসী শ্বটবিলাক বিজয়ী হ’বৰ বাবে প্ৰয়োজনীয় আছিল৷ এই শ্বটসমূহ লক্ষ্য সেনৰ ৰিফ্লেক্স প্ৰতিৰক্ষা আছিল যিয়ে, প্ৰতিপক্ষৰ বিৰুদ্ধে যুঁজ দিয়াত লক্ষ্য সেনৰ সহায়কাৰী হিচাপে বিবেচিত হয়৷। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক