--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশমবাৰৰ অষ্ট্ৰেলিয়ান অ’পেন জয় কৰিলে ন’ভাক জ’কভিচে। বিগত কেইখনমান মেচত খেলা একেটা আক্ৰমণাত্মক শৈলী বজাই ৰাখি অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলতো জ’কভিচে ষ্টেফানছ চিচিপাছক পৰাস্ত কৰে। ছাৰ্বিয়ান খেলুৱৈগৰাকীয়ে ৬-৩, ৭-৬ (৭-৪), ৭-৬ (৭-৫) ব্যৱধানত জয়লাভ কৰি গ্ৰীচৰ চিচিপাছক পৰাস্ত কৰে।

ইয়াৰ জৰিয়তে দশম অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰে ন’ভাক জ’কভিচে। ফলস্বৰূপে স্পৰ্শ কৰে ৰাফেল নাডালৰ ২২ টা গ্ৰেণ্ড শ্লেম বিজয়ৰ অভিলেখ। একে সময়তে কাৰ্লোছ আলকাৰাজক আঁতৰাই পুনৰ টেনিছ ৰেংকিঙত শীৰ্ষস্থান দখল কৰে জ’কভিচে।

উল্লেখ্য যে অষ্ট্ৰেলিয়ান অ’পেনত এইবাৰ জ’কভিচে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে। ইটোৰ পাছত সিটো ৰাউণ্ডৰ মেচত প্ৰতিপক্ষক ধৰাসায়ী কৰি আহিছিল ছাৰ্বিয়ান তাৰকাগৰাকীয়ে।

জ’কভিচৰ এই বিজয়ৰ ধাৰা ফাইনেলত গ্ৰীচৰ চিচিপাছে শেষ কৰিব বুলি বহুতে ধাৰণা কৰিছে। বিশেষকৈ যোৱা কেইদিনমানৰ পৰা গ্ৰীক খেলুৱৈজনো তীব্ৰ ফৰ্মত আছে। কিন্তু ফাইনেলত চিচিপাছৰ ছন্দ দেখা পোৱা নগ’ল। জ’কভিচে মেচখনত আগ্ৰাসী ৰূপ লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক