--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ তাৰকা কে এল ৰাহুলে ২৩ জানুৱাৰীত আথিয়া চেট্টীৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। ৰাহুলৰ উপৰিও আন এগৰাকী তাৰকাইও বিবাহপাশত আৱদ্ধ হ’বলৈ উলাইছে। তেওঁ হৈছে অলৰাউণ্ডাৰ অক্ষৰ পেটেল। 
 

প্ৰেমিকা মেহৰৰ স’তে বিয়াত বহিব অক্ষৰ। অহা ২০ জানুৱাৰীত মেহৰৰ জন্মদিন। যোৱা বছৰ একেটা তাৰিখেতে তেওঁলোকৰ বাগদান হৈছিল। ইতিমধ্যে বিয়াৰ চিঠিত এইদৰে লিখা হৈছে- "আমাৰ জীৱনৰ নতুন যাত্ৰা আৰম্ভ হৈছে। আমি সদায় একেলগে থাকিম।"

অৱশ্যে দুয়োৰে বিবাহৰ তাৰিখ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে সামাজিক মাধ্যমত প্ৰেমিক যুগলৰ ফটো দেখা গৈছে।

বিবাহৰ বাবে টীম ইণ্ডিয়াৰ কেইবাটাও শৃংখলাৰ পৰাও অক্ষৰক অব্যাহতি দিয়া হৈছে। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বেংগলৰ শ্বাহবাজ আহমেদে আক্সাৰৰ স্থান লৈছে। এজন স্পিনাৰ-অলৰাউণ্ডাৰ হিচাপে টি-২০ দলত ৱাশ্বিংটন সুন্দৰ সোমাইছে। তেওঁ এদিনীয়া দলতো আছে। এদিনীয়া শৃংখলাটো ১৮ জানুৱাৰীত আৰম্ভ হ'ব। ভাৰত আৰু নিউজিলেণ্ডে তিনিখন খেল খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?