--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বাতৰিৰ শিৰোনামত উৰ্ফি জাভেদ। কিন্তু এইবাৰ তেওঁৰ অদ্ভুদ পোছাকৰ বাবে নহয়। সংবাদ মাধ্যমৰ আগত দিয়া এক বিস্ফোৰক সাক্ষাৎকাৰেৰে এইবাৰ উৰ্ফি জাভেদে দৃষ্টি কাঢ়িুছে সকলোৰে। উৰ্ফি জাভেদ মানেই যেন এক শিহৰণ। অসাধাৰণ পোছকা পিন্ধি ছ'চিয়েল মিডিয়াত নানা ফটো, ভিডিঅ’ পোষ্ট কৰাটো যেন নিত্য স্বভাৱত পৰিণত হৈছে উৰ্ফি জাভেদৰ। সকলোৱে ৰৈ থাকে উৰ্ফিৰ এখন ফটোৰল বাবে!  আৰু উৰ্ফিয়েও বিচাৰিছে জনপ্ৰিয়তা। তাৰ বাবে কৰি গৈছে ইটোৰ পাছত সিটো দৃষ্টিকটু কাম। কি ৰূপ নধৰে উৰ্ফিয়ে। কেতিয়াবা পৰ্দা কাটি কাপোৰ পিন্ধে, কেতিয়াবা বিকিনি পিন্ধি বাগিছাৰ ফুল তোলে, কেতিয়াবা আকৌ কেৱল তলা-চাবীৰে তৈয়াৰী পোছাক পিন্ধি ঘূৰি ফুৰে। বিশেষকৈ এই অদ্ভুদ পোছাকৰ বাবে জনপ্ৰিয় হৈ পৰিছে উৰ্ফি।

শেহতীয়াকৈ, এইগৰাকী উৰ্ফি জাভেদেই  পৰ্ণ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিছে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত উৰ্ফিয়ে কয়, ‘মই জানো চলচ্চিত্ৰ উদ্যোগে মোক কেতিয়াও গ্ৰহণ নকৰে। শেহতীয়াকৈ, মোক এজন কাষ্টিং ডাইৰেক্টৰে কৈছিল যে, মোৰ প্ৰতিচ্ছবি ইমানেই বেয়া যে কোনেও মোক এটা ভাল প্ৰজেক্টৰ বাবে গ্ৰহণ নকৰে। কিন্তু মই সহজে পৰ্ণ ছবিত কাষ্টিঙৰ সুবিধা পাব পাৰো। '

উৰ্ফিয়ে লগতে কয়, ‘মোৰ ওচৰলৈ কেইবাখনো এডাল্ট ছবিত অভিনয়ৰ প্ৰস্তাৱ আহিছে। কিন্তু মই এই ধৰণৰ ছবিক লৈ একেবাৰে আগ্ৰহী নহয়। কেৱল খোলা মিলা পোছাক পিন্ধা মানেই এইটো নহয় যে মই নীলা ছবিৰ নায়িকা। ' বলীউডত কাম কৰিবলৈ আগ্ৰহী উৰ্ফিৰ এনে ধৰণৰ জীৱন শৈলীয়ে অনাগত দিনত কি ৰূপ ধাৰণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ