--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিন্ধনত অল্পমানৰ ক'লা পোছাক। পাতল মেক-আপ। অজয় দেৱগন আৰু কাজলৰ জীয়ৰী নাইছাক ঘনিষ্ঠ বন্ধু অৰহান আবত্ৰামনীক দুবাহুত সোমাই থকা দেখা গৈছে৷

নাইছাই নতুন বছৰউদযাপন কৰিবলৈ ডুবাইলৈ যাত্ৰা কৰিছিল। শেহতীয়াকৈ, নাইছাৰ সৈতে নিউ ইয়েৰ পাৰ্টিল তোলা অৰহানৰ এখন ফটো ইনষ্টাগ্ৰামত ভাইৰেল হৈছে৷

অৱশ্যে কেৱল নাইছা আৰু অৰহানেই পাৰ্টিটোত নাছিল। তেওঁলোকৰ লগত কেইজনমান বন্ধুও আছিল। তেওঁলোকে উদ্দাম নৃত্য, গান আৰু সুৰা পানেৰে নতুন বছৰ আদৰে।

নতুন বছৰৰ পাৰ্টিৰ আৰু কিছু মুহূৰ্ত ইতিমধ্যে সামাজিক মাধ্যমত ঘূৰি আছে। তাত দেখা গৈছে নাইচা আৰু অৰহানৰ বন্ধুসকলে কেতিয়াবা ইজনে সিজনক সাৱটি ধৰিছে, কেতিয়াবা ইজনে সিজনৰ গালত চুমা খাইছে।

নাইছা আৰু তাইৰ বন্ধুবৰ্গৰ অন্তৰংগ ছবি ছচিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ লগে লগে অজয়ৰ কন্যা পুনৰ চৰ্চিত হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী

ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক