--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষটোৱে মেলানি মগাৰ সময় প্ৰায় সমাগত।  আৰু কেইদিনমান পিছতে নতুন বছৰ আৰম্ভ হ'ব। 2024 চনৰ  শনিবাৰে (দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ) আৰু দেওবাৰৰ বাহিৰেও আন কেইবাদিনো ধৰি  বেংক বন্ধ থাকিব। ৰিজাৰ্ভ বেংকে স্থানীয় উৎসৱ আৰু বাৰ্ষিকী অনুসৰি বেংক  বন্ধ ৰখাৰ সময় বান্ধি দিয়ে।  ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উৎসৱৰ বাবে বেংকসমূহ বন্ধ থাকে। বেংকবোৰ অত্যাৱশ্যকীয় বিত্তীয় প্ৰতিষ্ঠান।সেয়ে  দীঘলীয়া বন্ধৰ বাবে গ্ৰাহকসকলে বহুবাৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এনে পৰিস্থিতিত, বেংকৰ  বন্ধৰ তালিকা খন চাই আপোনাৰ কামৰ পৰিকল্পনা কৰাটো গুৰুত্বপূৰ্ণ কথা । ২০২৪  চনত কিমান দিন বেংক বন্ধ থাকিব জানো আহক-

জানুৱাৰী ১ – সমগ্ৰ দেশতে বেংকসমূহ বন্ধ থাকিব
১১ জানুৱাৰী- মিজোৰামত মিছনেৰী দিৱসৰ বাবে ৰাজ্য খনত বেংকসমূহ বন্ধ থাকিব।
 জানুৱাৰী ১২  – স্বামী বিবেকানন্দ জয়ন্তীৰ বাবে পশ্চিম বংগত বেংকসমূহ বন্ধ থাকিব
জানুৱাৰী ১৩ - দ্বিতীয় শনিবাৰ আৰু লোহৰিৰ বাবে বেংকবোৰ বন্ধ থাকিব
১৪  জানুৱাৰী – মকৰ সংক্ৰান্তি আৰু দেওবাৰৰ বাবে দেশৰ  বেংক বন্ধ থাকিব।
১৫  জানুৱাৰী – পোংগলৰ বাবে তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশত বেংক বন্ধ থাকিব।
১৬  জানুৱাৰী – টুচু পূজাৰ বাবে পশ্চিম বংগ আৰু অসমত বেংক বন্ধ থাকিব।
১৭  জানুৱাৰী  – গুৰু গোবিন্দ সিং জয়ন্তীৰ বাবে বহু ৰাজ্যত বেংক বন্ধ থাকিব।
জানুৱাৰী ২৩  – নেতাজী সুভাষ চন্দ্ৰ বসু জয়ন্তীৰ বাবে বহু ৰাজ্যত বেংক বন্ধ থাকিব।
২৫ জানুৱাৰী – হিমাচল প্ৰদেশ ৰাজ্য দিৱসৰ বাবে ৰাজ্য খনত বেংক বন্ধ  হৈ থাকিব।
জানুৱাৰী ২৬  – গণৰাজ্য  দিৱসৰ বাবে বেংকবোৰৰ বন্ধ থাকিব।
জানুৱাৰী ৩১ : মে-ডাম-মে-ফিৰ বাবে অসমত বেংক বন্ধ থাকিব।
ফেব্ৰুৱাৰী ১৫ - লুই-নগাই-নিৰ বাবে মণিপুৰত বেংক বন্ধ থাকিব
ফেব্ৰুৱাৰী ১৯  – শিৱাজী জয়ন্তীৰ বাবে মহাৰাষ্ট্ৰত বেংকসমূহ বন্ধ থাকিব।
৮ মাৰ্চ – মহাশিৱৰাত্ৰিৰ বাবে বহু ৰাজ্যত বেংক বন্ধ থাকিব।
২৫ মাৰ্চ - হোলীৰ বাবে বেংকসমূহ বন্ধ থাকিব।
২৯ মাৰ্চ  – গুড ফ্ৰাইডেৰ বাবে সমগ্ৰ দেশতে বেংকসমূহ বন্ধ থাকিব।
৯ এপ্ৰিল – উগাদি/গুড়ি পদৱাৰ বাবে কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত বেংকসমূহ বন্ধ থাকিব।
১০ এপ্ৰিল - ঈদ-উল-ফিতৰৰ বাবে বেংকসমূহ বন্ধ থাকিব
১৭  এপ্ৰিল – ৰাম নৱমীৰ বাবে বেংকবোৰত বন্ধ থাকিব।
১ মে’  – শ্ৰমিক আৰু মহাৰাষ্ট্ৰ দিৱসৰ বাবে বহুতো ৰাজ্যত বন্ধ থাকিব।
১০ জুন- শ্ৰী গুৰু অৰ্জুন দেৱ জী শ্বহীদ দিৱসৰ বাবে বেংক পঞ্জাৱত থাকিব।
১৫  জুন- ৱাইএমএ দিৱসৰ বাবে মিজোৰামত বেংকসমূহ বন্ধ থাকিব।
জুলাই ৬ - এমএইচআইপি দিৱসৰ বাবে মিজোৰামত বেংকসমূহ বন্ধ থাকিব।
১৭ জুলাই  – মহৰমৰ বাবে বেংকবোৰত বন্ধ থাকিব।
৩১  জুলাই  – শ্বহীদ উধম সিং শ্বহীদ দিৱস হাৰিয়ানা আৰু পঞ্জাৱৰ বেংকত বন্ধৰ দিন হ'ব।
১৫  আগষ্ট – স্বাধীনতা দিৱসৰ বাবে বেংকবোৰৰ বন্ধ থাকিব।
১৯  আগষ্ট – ৰাখী বন্ধনৰ বাবে বেংকসমূহ বন্ধ থাকিব।
২৬ আগষ্ট - জন্মাষ্টমীৰ বাবে বহু  ৰাজ্যত বেংক বন্ধ থাকিব।
৭ ছেপ্টেম্বৰ  – গণেশ চতুৰ্থীৰ বাবে মহাৰাষ্ট্ৰত বেংকসমূহ বন্ধ থাকিব।
১৩  ছেপ্টেম্বৰ – ৰামদেৱ জয়ন্তী, তেজা দশমীৰ বাবে  ৰাজস্থানত বেংক বন্ধ থাকিব।
ছেপ্টেম্বৰ ১৬- ঈদ-ই-মিলাদৰ বাবে বহু ৰাজ্যত বেংক বন্ধ থাকিব।
১৭ ছেপ্টেম্বৰ: ইন্দ্ৰ যাত্ৰাৰ বাবে বেংকসমূহ ছিকিমত থাকিব।
১৮ ছেপ্টেম্বৰ – নাৰায়ণ গুৰু জয়ন্তীৰ বাবে কেৰালাত বেংক বন্ধ থাকিব।
২১ ছেপ্টেম্বৰ  – নাৰায়ণ গুৰু সমাধিৰ বাবে কেৰালাত বেংক বন্ধ থাকিব।
২৩ ছেপ্টেম্বৰ - বীৰসকলৰ শ্বহীদ দিৱসৰ বাবে হাৰিয়ানাত বেংকসমূহ বন্ধ থাকিব।
২ অক্টোবৰ - গান্ধী জয়ন্তীৰ বাবে সমগ্ৰ দেশতে বেংক খোলা থাকিব।
১০  অক্টোবৰ - মহা সপ্তমীৰ বাবে বহু ৰাজ্যত বেংক বন্ধ থাকিব
১১ অক্টোবৰ  – মহা অষ্টমীৰ বাবে বেংকসমূহ বন্ধ থাকিব।
১২  অক্টোবৰ  – দশেৰাৰ বাবে বেংকসমূহ বন্ধ থাকিব।
৩১  অক্টোবৰ  – চৰ্দাৰ বল্লভভাই পেটেল জয়ন্তীৰ বাবে গুজৰাটত বেংকসমূহ বন্ধ থাকিব।
১ নৱেম্বৰ - কুট, হাৰিয়ানা দিৱস, কৰ্ণাটক ৰাজ্যোৎসৱৰ বাবে বহু ৰাজ্যত বেংক বন্ধৰ দিন হ'ব।
২ নৱেম্বৰ- মণিপুৰৰ নিঙ্গল চাকোবাত বেংকসমূহ বন্ধ থাকিব।
৭ নৱেম্বৰ  – ষট্ পূজাৰ বাবে বহু ৰাজ্যত বেংক বন্ধ থাকিব।
১৫  নৱেম্বৰ - গুৰু নানক জয়ন্তীৰ বাবে  বেংক বন্ধ থাকিব।
১৮ নৱেম্বৰ – কনক দাস জয়ন্তীৰ বাবে   কৰ্ণাটকত বন্ধৰ দিন হ'ব।
২৫  ডিচেম্বৰ  – খ্ৰীষ্টমাছৰ বাবে বন্ধ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement