--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে শেহতীয়াকৈ তেওঁলোকৰ সন্তান ৰাহাৰ মুখ দেশবাসীক দেখুৱাইছে। খ্ৰীষ্টমাছৰ দিনাই  ৰনলিয়াই  তেওঁলোকৰ  কন্যা  ৰাহাক কেমেৰাৰ সন্মুখলৈ লৈ আহিছিল। আলিয়া আৰু ৰণবীৰৰ সন্তান  ৰাহাৰ   ছবিয়ে নেটিজেনসকলক আনন্দিত  কৰি তুলিছে।যিটো সময়ত  ৰাহাক লৈ চৰ্চা শীৰ্ষত আছে, তেনে সময়তে বলীউডৰ আন এগৰাকী  তাৰকা দম্পতীয়েও তেওঁলোকৰ কন্যাক  কেমেৰাৰ সন্মুখলৈ লৈ আহিছে। 

বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে তেওঁলোকৰ কন্যা  দেৱীক পৰিচয় কৰাবলৈ সামাজিক মাধ্যমৰ সহায় লৈছে। বিপাশাই সান্টাৰ পোছাক পিন্ধা দেৱীৰ এখন ফটো শ্বেয়াৰ কৰিছে।
  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Bipasha Basu (@bipashabasu)




  
বিপাশা বসুৱে ২০১৬ চনত কৰণ সিং গ্ৰোভাৰৰ সৈতে বিয়াত বহিছিল।   দম্পতীহালে বিবাহৰ পাঁচ বছৰৰ পিছত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম দিছিল। বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে তেওঁলোকৰ কন্যাৰ নাম  দেৱী ৰাখিছে।

বিপাশাই ২২ নৱেম্বৰত তেওঁৰ কন্যাৰ   নাম ৰাজহুৱা কৰিছিল। কন্যা সন্তানটিৰ নাম 'দেৱী' । ।  দেৱীৰ  ঘৰত মতা নাম 'মিষ্টি'।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement