--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোৱে ২০২৪ চনত এখনো দিবা নৈশ টেষ্ট নেখেলে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই খবৰ দিয়ে। ২০২৪ চনত কোনো ভাৰতীয় দলে গোলাপী বল ক্ৰিকেটত অংশগ্ৰহণ নকৰে। অহা বছৰ ভাৰতে এখনো টেষ্ট নেখেলে। পুৰুষ বা মহিলাৰ কোনো এটা দলেই নেখেলে।

জানিব পৰা মতে ভাৰতীয় ব’ৰ্ডে পিংক বল টেষ্টৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে। এনে টেষ্ট আয়োজন বা খেলিবলৈ তেওঁলোকৰ বৰ উৎসাহ নাই। মহিলা আই পি এলৰ নিলামত অনুষ্ঠিত সংবাদমেলত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত বি চি চি আইৰ মতামত স্পষ্ট কৰি দিছে সম্পাদক জয় শ্বাহে।

তেওঁ কয়, "গোলাপী বল  টেষ্টৰ প্ৰতি মানুহৰ আগ্ৰহ বঢ়াব লাগে। আপুনি মনত ৰাখিব যে বেছিভাগ মেচ দুই-তিনি দিনত শেষ হয়। সকলোৱে বিচাৰে চাৰি-পাঁচ দিনৰ টেষ্ট মেচ। যদি সেইটো নিশ্চিত হয়, তেন্তে আমি আৰু অধিক গোলাপী বলৰ টেষ্ট আয়োজন কৰিব পাৰিম।’

জয় শ্বাহে লগতে কয়, ‘যোৱাবাৰ অষ্ট্ৰেলিয়াই পিংক বল টেষ্ট আয়োজন কৰিছিল। তেতিয়াৰ পৰা কোনেও আগ্ৰহ প্ৰকাশ কৰা নাই। আমি ইংলেণ্ডৰ সৈতে দিন-ৰাতিৰ টেষ্টৰ কথা পাতিলোঁ৷ কিন্তু ধীৰে ধীৰে আগুৱাব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক