--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত কাইলৈ মুখামুখি ভাৰত আৰু দক্ষিণ আফ্ৰিকা শক্তিশালী দল দুটাক লৈ সেয়ে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে

তেনে সময়তে প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ টম মুডীয়ে এক বিশেষ মন্তব্য কৰিছে মুডীয়ে কয় যে ভাৰতৰ বেটাৰসকলক প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ লে দক্ষিণ আফ্ৰিকাই চাৰিজনকৈ পেচাৰ খেলাব লাগিব

মেচখন অনুষ্ঠিত পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত মুডীয়ে কয় যে পাৰ্থৰ পিটচত ফাষ্ট বলিঙৰ বাবে উপযোগী দক্ষিণ আফ্ৰিকাৰ যিহেতু এটা শক্তিশালী ফাষ্ট বলিঙৰ আক্ৰমণ আছে, সেয়ে চাৰিজনকৈ পেচাৰক খেলোৱা উচিত

সেয়ে দক্ষিণ আফ্ৰিকান স্পীনাৰ তব্ৰাইজ ছাম্ছীক আঁতৰাই তেওঁৰ স্থানত এজন ফাষ্ট বলাৰ অন্তৰ্ভূক্ত কৰিবলৈ তেওঁ আহ্বান জনাইছে

উল্লেখ্য যে ভাৰতে এতিয়ালৈকে বিশ্বকাপত দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যষ্ট কৰিছে আনহাতে দক্ষিণ আফ্ৰিকাই দুখন মেচ খেলি এখনত জয়ী হৈছে সেয়ে পইণ্ট লাভৰ বাবে মেচখনত জয়ী হোৱাটো দক্ষিণ আফ্ৰিকাৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক