--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই মঙলবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁলোকৰ সন্তান আকায়ৰ জন্মৰ কথা ঘোষণা কৰে। কোহলীয়ে নিজেই প্ৰকাশ কৰে যে ১৫ ফেব্ৰুৱাৰীত আকাই এই পৃথিৱীলৈ আহিছিল। 

সমগ্ৰ ভাৰতবৰ্ষই বিৰাট আৰু অনুষ্কাৰ পুত্ৰৰ জন্ম উদযাপন কৰিছে৷ আনকি পাকিস্তানতো ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীয়ে মিঠাই বিতৰণ কৰি এই খবৰ উদযাপন কৰিছিল।

অনুৰাগীসকলে বিৰাটৰ কেঁচুৱা ল’ৰাৰ জন্মৰ বাবে অভিনন্দন জনোৱাই নহয়, খেলপথাৰত পিতৃৰ ক্ৰিকেটিঙৰ অভিলেখ ভংগ কৰিবলৈ আকায়ক আহ্বান জনায়৷

ন্যায্যভাৱে ক’ব পাৰি যে পাকিস্তানৰ অনুৰাগীসকলে বিচাৰে যে বিৰাটৰ পুত্ৰ আকায়েও এদিন পিতৃৰ পদাংক অনুসৰণ কৰক, ঠিক অৰ্জুন টেণ্ডুলকাৰে পিতৃ শচীন টেণ্ডুলকাৰক অনুসৰণ কৰাৰ দৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক