--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত আমি অকলে ভ্ৰমণ কৰিবলগীয়া হয়। কিন্তু অকলে ভ্ৰমণ কৰাৰ সময়ত  কেইটামান কথাৰ প্ৰতি গুৰুত্ব নিদিলে বিপদ হোৱাৰ ভয় থাকে। মনত ৰাখিব লাগিব যে অকলে ভ্ৰমণ কৰাৰ সময়ত সুৰক্ষা ইয়াত আটাইতকৈ ডাঙৰ কথা। কাৰণ কিবা বিপদত পৰিলে আমাক সহায় কৰিবলৈ আমাৰ কাষত কোনো পৰিচিত লোক নাথাকে। অকলে ভ্ৰমণ কৰাৰ সময়ত আমি কিছু কিছু বিষয়ত সাৱধান হ’ব লাগে।  এনে কিছুমান ভুলৰ বিষয়ে আহক যিবোৰ   অকলে ভ্ৰমণ কৰোঁতে এৰাই চলিব লাগে। 

অকলে ভ্ৰমণ কৰাৰ সময়ত ভ্ৰমণ কৰা স্থানৰ সকলো বিৱৰণ আপোনাৰ ওচৰত ৰাখিব। বাছ, ৰে’ল আদিৰে তালৈ যোৱাৰ পথৰ বিষয়ে অৱগত হৈ ল’ব।  যদি গন্তব্য স্থান এটা সম্পূৰ্ণ নতুন হয়, তেন্তে নিশ্চিতভাৱে লগত এখন মানচিত্ৰ ৰাখিব। 

ৰাজহুৱা ৱাই-ফাই ব্যৱহাৰ কৰাটো পৰাপক্ষত এৰাই চলক

অকলে  ভ্ৰমণ কৰাৰ সময়ত আপুনি এৰাই চলিবলগীয়া কাটো হ’ল  ৰাজহুৱাভাৱে ৱাই-ফাই ব্যৱহাৰ কৰা। আজিৰ সময়ত ইণ্টাৰনেটৰ  ডাঙৰ প্ৰয়োজন আছে, কিন্তু বহু সময়ত ইয়াৰ  বাবে মানুহ প্ৰতাৰিতও হয়। সুৰক্ষা অবিহনে ৰাজহুৱা ৱাইফাই ব্যৱহাৰ কৰিলে ব্যক্তিগত তথ্য চুৰি হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য আনে জানিব পাৰে। ফলত নতুন ঠাইত আপুনি সমস্যাত পৰিব পাৰে, সেয়েহে অকলে ভ্ৰমণ কৰাৰ সময়ত  পৰাপক্ষত  ৰাজহুৱা ৱাই-ফাই ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব। য়াৰ পৰিৱৰ্তে আপুনি আপোনাৰ নিজৰ মোবাইল ফোনৰ নেটেৰেই কাম চলাই দিয়ক।

আনক ভ্ৰমণৰ তথ্য নজনাব

অকলে ভ্ৰমণ কৰাৰ সময়ত বেছিভাগ মানুহে এই  ভুলটো কৰে। আপুনি আপোনাৰ ভ্ৰমণৰ তথ্য কাৰো সৈতে ভাগ-বতৰা নকৰিব। আপুনি ক’লৈ যাব, কিমান দিন থাকিব, ক’ত থাকিব, লগত কোনোবা আছে নেকি আদি কথাবোৰ আন সহযাত্ৰীক জানিবলৈ নিদিব। কাৰণ কোন কেনে লোক আপুনি নাজানে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement