--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বলীউডৰ প্ৰবীণ অভিনেতা সৌৰভ শুক্লাই এক সাক্ষাৎকাৰত কয় যে অভিনেতা ৰণবীৰ কাপুৰে তেওঁক এবাৰ দামী সুৰা পান কৰাইছিল। লাডাখৰ লেহত এখন ছবিৰ শ্বুটিং কৰি থাকোতে এই সৌভাগ্য হৈছিল শুক্লাৰ।

শুক্লাক সোধা হৈছিল যে তেওঁ কি মদ খাই ভাল পায়। অভিনেতাজনে উত্তৰ দিলে- “ৰাম এণ্ড ক’ক।” সৌৰভে কয় যে তেওঁ অল্ড মংক বেছি পছন্দ কৰে কাৰণ ই সস্তা।

তেওঁ কৈ যায়- "মই বহুমূলীয়া ৰামো খাই পাইছো। এটা ৩০ হাজাৰ টকীয়া ৰাম খুৱাইছিল ৰণবীৰ কাপুৰে।’’

সৌৰভে ক’লে, “ৰণবীৰে নিজেও মদ খাইছিল। লেহত ৰণবীৰে মোক সুধিলে কি মদ মই নিম। মই অ’ল্ড মংকৰ কথা ক’লোঁ৷ ৰণবীৰে মোক ভাল কিবা এটা খাবলৈ দিব বুলি ক’লে। আমি দুয়োজনে একেলগে মদটো খাইছিলো।’’

ৰণবীৰৰ সৈতে বহু ছবিত অভিনয় কৰিছে তেওঁ। সেই তালিকাত আছে ‘জগ্গা জাছুছ’, ‘শ্বামছেৰা’ৰ দৰে ছবি। বৰ্ষীয়ান অভিনেতাজনে বলিউডৰ বহুকেইখন জনপ্ৰিয় ছৱিত অভিনয় কৰাৰ উপৰিও ৰাষ্ট্ৰীয় সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement