--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতে উপত্যকাটোলৈ শান্তি ঘূৰি অহা বুলি চৰকাৰে সুবিধা পালেই ঘোষমা কৰি আহিছে৷ কিন্তু ইয়াৰ মাজতে উপত্যকাটোৰ কাষ্মীৰী পণ্ডিতসকল আজিও সন্ত্ৰাবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে৷ ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছে  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷  

অমিত শ্বাহক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে কয় যে যদি কাশ্মীৰত সঁচাকৈয়ে শান্তি বিৰাজ কৰিছে  তেন্তে শ্বাহে  জম্মুৰ পৰা শ্ৰীনগৰৰ লাল চকলৈ খোজ কাঢ়ি দেখুৱাওক।

 জম্মু-কাশ্মীৰত শান্তি অব্যাহত আছে নেকি  বুলি সাংবাদিকে  সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়: "ৰাজ্যখনত নিৰ্বাচিত লোকক  হত্যা, বোমা বিস্ফোৰণ সংঘটিত হৈছে, নিৰাপত্তাৰক্ষীৰ কথাই ইংগিত দিয়ে যে পৰিস্থিতি ভাল নহয়... যদি বিজেপিয়ে পৰিস্থিতি ভাল বুলিয়েই  ভাবে, তেন্তে অমিত শ্বাহে জম্মুৰ পৰা লাল চকলৈ কিয় খোজ কাঢ়ি নাযায়।" 

উল্লেখ্য ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাৰ বাবে বৰ্তমান কাশ্মীৰতে আছে৷ কালি লাল চ’কত তেওঁ ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল৷ আজি শ্ৰীনগৰত অন্ত পৰিব কংগ্ৰেছৰ প্ৰায় ৪০০০ কিলোমিটাৰ জোৰা ভাৰত জোড়ো যাত্ৰাৰ৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক