--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’লিন অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিটো অমিতাত পোৱা যায় যদিও ই শৰীৰৰ ভিতৰতো উৎপন্ন হয়, কিন্তু বহু সময়ত মানুহে প্ৰয়োজন অনুসৰি কলিন গ্ৰহণ কৰিব নোৱাৰে। এই কলিন আমাৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ আৰু আমি ইয়াক কেনেকৈ লাভ কৰিব পাৰো জানো আহক।

১. ক’লিন কিয় গুৰুত্বপূৰ্ণ?
শৰীৰৰ স্বাভাৱিক কাম-কাজৰ বাবে ক’লিনৰ প্ৰয়োজন, ই আপোনাৰ যকৃতৰ পৰাও কম পৰিমাণে নিৰ্গত হয়। স্নায়ুতন্ত্ৰ, বিপাকীয় ক্ৰিয়া, মগজুৰ বিকাশ আৰু পেশীৰ গতিবিধিৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।

২. ক’লিনে টোপনি সমস্যা দূৰ কৰে-
টোপনি আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ই শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। টোপনিৰ সময়ত শৰীৰে নিজকে পুনৰ কাৰ্যক্ষম কৰি তোলে আৰু মগজুৱে স্মৃতি প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণৰ কাম কৰে। টোপনিৰ অভাৱ বা টোপনিৰ মানদণ্ড বেয়া হ’লে অলসতা, ভাগৰুৱা, খিংখিঙীয়া, ক’ৰ’নাৰী ৰোগ, হৃদৰোগ আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৩. কি কি খাদ্যত ক’লিন পোৱা যায়-
* অমিতা-অমিতা এনে এবিধ ফল যিয়ে সাধাৰণতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে পেটৰ সমস্যা দূৰ কৰে। এই ফলে শৰীৰত ক”লিন পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত টোপনি সমস্যা নিৰাময় হয়।
* কণীঃ-বিশেষকৈ কণী হালধীয়া অংশই পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ লগতে টোপনিৰ সমস্যা নিৰাময় কৰে। এটা কণীত প্ৰায় ১৪৭ মিলিগ্ৰাম কলিন থাকে।
* কুকুৰা মাংসঃ-সাধাৰণতে কুকুৰাৰ মাংসত প্ৰ’টিন পোৱা যায়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে, কিন্তু নিয়মিতভাৱে সীমিত পৰিমাণত খালে ক’লিন পোৱা যায়।১০০ গ্ৰাম সিজোৱা কুকুৰাত প্ৰায় ৭৩ মিলিগ্ৰাম ক’লিন থাকে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা