--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ফলমূল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেইটো কাকো কোৱাৰ প্ৰয়োজন নাই। ফলমূলে বহু প্ৰকাৰৰ গুৰুতৰ ৰোগ আমাৰ পৰা আঁতৰাই ৰাখে।ফল-মূল সেৱনৰ দ্বাৰা শৰীৰৰ শক্তিৰ মাত্ৰা অটুট থাকে। আজিকালি ভাৰতৰ বজাৰত চীনৰ এবিধ ফল খুবেই জনপ্ৰিয় হৈ পৰিছে। ভাৰতীয় মানুহে এই ফলক অমৰফল বুলি জানে। ইংৰাজীত ইয়াক পাৰ্চিমন বুলি কয়। ইয়াৰ উপকাৰিতা জানিলে আপুনিও এই ফল খোৱা আৰম্ভ কৰিব। 

অমৰফলৰ উপকাৰিতা

১) ভিটামিন চি, ই, কে, বি ১, বি ২ আৰু ভিটামিন বি ৬, পটাছিয়াম, তাম, মেগনেছিয়াম, ফছফৰাছ আৰু মেংগানিজ অমৰফলত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ সেৱনে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে আৰু ইয়াত থকা এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা পুনৰুদ্ধাৰ হোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত ঋতুভিত্তিক সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়।

২) অমৰফলে নামটোৰ দৰেই কাম কৰে। খাদ্যত দৈনিক এটা অমৰফল অন্তৰ্ভুক্ত কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় কাৰণ ইয়াত থকা এন্টিঅক্সিডেন্ট, ফ্লেভন’ইড আৰু কুৱেৰচেটিনে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে অমৰফল মাল্টি ভিটামিনৰ এক ভঁৰাল।

৩) শৰীৰৰ চৰ্বি বৃদ্ধিৰ বাবে যদি আপুনি অশান্তি পায় তেন্তে অমকফলে শৰীৰৰ পৰা চৰ্বি কমোৱাত সহায় কৰিব। ইয়াক খালে আপোনাৰ পেট ভৰি থকা অনুভৱ হয়, যাৰ ফলত আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে আৰু ইয়াত থকা আঁহৰ বাবে আপোনাৰ পাচনতন্ত্ৰ ক্ৰমান্বয়ে সুস্থ হ’বলৈ আৰম্ভ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও নাইকিয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু