--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেপ্টেম্বৰ মাহত নতুন অতিথি আহিব অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ মাজলৈ। কিছুদিন আগলৈকে দীপিকাই শ্বুটিং অব্যাহত ৰাখিছিল। ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত ‘ছিংহাম ৩’ ছবিখনত এগৰাকী মহিলা আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰীগৰাকীক। যদিও এই মুহূৰ্তত তাই স্বামীৰ সৈতে ‘বেবীমুন’ত আছে। কিন্তু তেওঁৰ মাজত কি হ’ল যে ৰণবীৰে বিয়াৰ সকলো ছবি ছ’চিয়েল মিডিয়া পেজৰ পৰা ডিলিট কৰি দিলে।

বিয়াৰ পাঁচ বছৰ, বিয়াৰ আগতে ছবছৰ প্ৰেম। বলীউডৰ তাৰকা দীপিকা-ৰণবীৰে ২০১৮ চনৰ নৱেম্বৰ মাহত ইজনে সিজনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। সিন্ধী আৰু দক্ষিণ ভাৰতীয় দুই প্ৰকাৰৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁলোকৰ বিয়াৰ ছবিও নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এই মুহূৰ্তত দম্পতীহালে বিবাহিত জীৱনৰ এক অতি পৰিপক্ক স্থানলৈ আহিছে। পৰিয়ালত নতুন অতিথিজনক আদৰিবলৈ সাজু হৈছে দম্পতীহাল।

কিন্তু হঠাতে যেন ছন্দৰ পতন ঘটিছে, বিয়াৰ ছবিবোৰ ডিলিট হোৱাৰ লগে লগে জল্পনা-কল্পনা আৰম্ভ হ’ল৷ অৱশ্যে সন্তান জন্ম হোৱাৰ আগতেই তেওঁলোক মোহভংগ হৈ পৰিল!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ