--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত মাহৰ শেষৰ ফালে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। কিন্তু দল ঘোষণা নৌহওঁতেই ভাৰতীয় ক্ৰিকেট দললৈ আহিছে এক দুঃসংবাদ৷ টি-২০ বিশ্বকাপত অংশ লোৱাৰ সম্ভাৱনা নাই মহম্মদ ছামিৰ৷ মহম্মদ ছামিৰ অনুপস্থিতিত ভাৰতীয় পেচ আক্রমণত যশপ্রীত বুমৰাহৰ সহযোগী কোন হ’ব, তাকে লৈ চলিছে চিন্তা-চৰ্চা৷ বুমৰাহৰ সহযোগী বিচাৰি ইতিমধ্যে আইপিএলত দৃষ্টি নিক্ষেপ কৰিছে নিৰ্বাচকসকলে। 

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পেচাৰ মায়ংক যাদৱে টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ পেচাৰ হিচাপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ১৫০ বা তাতকৈ অধিক বেগত বলিং কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল পেচাৰগৰাকীয়ে।

কেৰিয়াৰৰ প্ৰথম দুখন আইপিএল মেচতো মায়ংক যাদৱে ৬ টা উইকেট দখল কৰে। ধাৰণা কৰা হৈছিল যে বিচিচিআইৰ নিৰ্বাচকসকলে মায়ংকক টি-২০ বিশ্বকাপৰ বাবে দলত স্থান দিব৷

কিন্তু তাৰ মাজতে আহিল অনাকাংক্ষিত খবৰ৷ আঘাত পাইছে মায়ংক যাদৱে৷ আঘাতৰ বাবে গুজৰাট টাইটানছৰ বিৰুদ্ধে অন্তিমখন খেলত মায়ংকই ১ অভাৰতকৈ বেছি বলিং কৰিব নোৱাৰিলে।

কিন্তু দুখন খেলৰ অন্তত খেলপথাৰলৈ মায়ংক যাদৱ উভতি আহিব পাৰে৷ কিন্তু এতিয়ালৈকে একো নিশ্চিত নহয় এই খবৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ