--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰৰ বহু প্ৰত্যাশিত ছবি এনিমেলে ছবিগৃহত ঢৌ তুলিছে। ১ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে প্ৰথম দিনাৰ পৰাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ৰণবীৰৰ লগতে ছবিখনত ববী দেউলৰ বলিষ্ঠ অভিনয়ক অতিশয় শলাগ লোৱা হৈছে।

ছবিখনে লাভ কৰা মৰম দেখি ববি দেউল বৰ আৱেগিক হৈ পৰিল আৰু কান্দিবলৈ ধৰে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত ববি দেউলে পাপাৰাজীৰ সন্মুখত হাত যোৰ কৰি সকলো অনুৰাগীক ধন্যবাদ জনাইছে; ইয়াৰ পাছত নিজৰ গাড়ীত বহিবলৈ লওঁতে তেওঁ আৱেগিক হৈ কান্দি উঠে।

তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ ওপৰত ইটোৰ পাছত সিটো মন্তব্য দেখা গৈছে। এনিমেলত তেওঁৰ উৎকৃষ্ট অভিনয়ৰ বাবে অনুৰাগীয়ে ববীক স্নেহেৰে ওপচাই দিছে।ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে মুক্তিৰ দিনটোত বিশ্বজুৰি ১১৬ কোটি টকা উপাৰ্জন কৰি বক্স অফিচত খলকনি তুলিছে। ঘৰুৱা বক্স অফিচত ছবিখনে প্ৰথম দিনাই ৬৩.৮ কোটি আৰু দ্বিতীয় দিনা ৬৬ কোটি টকা উপাৰ্জন কৰিছিল। এই দুদিনত এনিমেলৰ মুঠ সংগ্ৰহ হৈছে ১২৯.৮০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক