--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মায়াঙ্ক  চক্ৰৱৰ্তীয়ে পঞ্জাৱৰ  জলন্ধৰত  অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় অনুৰ্দ্ধ ১৭ বছৰ শাখাত  চেম্পিয়ন  হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মায়াঙ্কে অন্তিম ৰাউণ্ডত উত্তৰ প্ৰদেশৰ  পৃথ্বী সিঙক  পৰাস্ত কৰি ১১ ৰাউণ্ডৰ পৰা  ১০ পইণ্ট  সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে। 

 উত্তৰ  প্ৰদেশৰ  অজয় সন্তোষ  পৰ্ৱথৰেড্ডীয়ে ৯ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় আৰু  তেলেংগানাৰ  ৱিগনেশ এদৱেথ ভেমূলাই দ ৮.৫ সংগ্ৰহ কৰি তৃতীয় স্থান  লাভ কৰে। 

মায়াঙ্কে প্ৰতিযোগিতাত  ১১খন গেমৰ ৯ খনত বিজয়ী আৰু ২ খন খেলত দ্ৰ কৰি ১০ পইণ্ট  লাভ কৰে। চেম্পিয়নৰ খিতাপ অৰ্জন কৰা মায়াঙ্কে ৯০ হাজাৰ টকা নগদ ধন  পুৰস্কাৰ হিচাপে লাভ কৰিছে।ইয়াৰ উপৰি তেওঁ আগন্তুক বিশ্ব যুৱ  দবাত মায়াঙ্ক অনুৰ্দ্ধ ১৮ বছৰ শাখাত  ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে। প্ৰতিযোগিতা খন  জলন্ধৰ জিলা দবা সন্থাই  পঞ্জাৱ দবা সন্থা আৰু সৰ্ব ভাৰতীয় দবা মহাসংঘৰহৈ আয়োজন কৰিছিল।

মায়াঙ্কৰ এই কৃতিত্বৰ বাৱে সদৌ অসম  দবা সন্থাৰ  সাধাৰণ  সম্পাদক  ৰাজীৱ ধৰ, সভাপতি কন্দৰ্প  কলিতা, গুৱাহাটী দবা একাডেমিয়ে অভিনন্দন জনাইছে।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে