--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউড জনপ্ৰিয় অভিনেতা অনুপম খেৰে “লাল কিলে চে গুঞ্জ-নেহৰু চে মোডী তক ” নামৰ অনুষ্ঠানটোৰ জৰিয়তে ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে ঐতিহাসিক তথ্য সমূহ প্ৰদৰ্শন কৰিছিল৷  অনুপম খেৰৰ এই অনুষ্ঠানটোয়ে ব্যাপক চৰ্চা লাভ কৰিছে৷ অৱশ্যে তথ্যৰ  কৌশলপূৰ্ণ উপস্থাপনৰ বাবে বহুতে সমালোচনাও কৰিছে অনুপম খেৰক৷ 


এই অনুষ্ঠানটোৰ বিষয়ে উল্লেখ কৰি খেৰে কয় যে, "যোৱা ৭৫ বছৰত ভাৰতযথেষ্ট অগ্ৰগতি লাভ কৰিছে, আৰু আমাৰ প্ৰধানমন্ত্ৰীসকলে ইয়াক সম্ভৱ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ আহিছে।"

ভাৰতৰ আৰু বিদেশৰ দৰ্শকে বিভিন্ন ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ  সিদ্ধান্ত , নীতিসমূহ আৰু খেৰৰ বৰ্ণনাৰ জৰিয়তে জানিব পাৰিব৷ লগতে দেশৰ ওপৰত তেওঁলোকৰ প্ৰভাৱৰ বিষয়েও দৰ্শক সকল জ্ঞাত হ’ব৷ 

তেওঁ কয়, "দেশৰ ৰাজনৈতিক ইতিহাসক আৱেগিকভাৱে অনুসৰণ কৰা এজন ব্যক্তি হিচাপে, মই বিশ্বাস কৰোঁ যে এই অনুষ্ঠানটো তথ্যপূৰ্ণ আৰু আকৰ্ষণীয়।

প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোডীলৈকে আৰম্ভ কৰি, অনুষ্ঠানটো অধিক প্ৰামাণিক ৰূপ দিবলৈ  ত্ৰিমূৰ্তি ভৱনত প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ৰ চৌহদৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ