--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰজ ডে’ৰ দিনাই পত্নীৰ পৰা এজন স্বামীয়ে গোলাপ পোৱাৰ সলনি প্ৰচণ্ড চৰ পালে। গোলাপৰ পৰিৱৰ্তে স্বামীয়ে পালে পত্নীৰ পিটন।

কিয়নো অন্য যুৱতীৰে প্ৰেমৰ সম্পৰ্ক আছিল স্বামীৰ। পত্নীক মাকৰ ঘৰত ৰাখি অন্য যুৱতীৰ সৈতে প্ৰেমলীলা চলাই গৈছিল স্বামীয়ে। ঘটনা পোহৰলৈ অহাৰ পাছতে পত্নীয়ে ৰণচণ্ডী ৰূপ ধৰি থানাত দাখিল কৰিলে এজাহাৰ। লোকজনৰ নাম পুনীত ত্ৰিপাঠী।

এজাহাৰৰ ভিত্তিত পুনীত আৰু তেওঁৰ প্ৰেমিকাক থানালৈ মতাই অনাৰ পাছত থানা চৌহদতে পুনীতক পত্নীয়ে দিলে চৰ আৰু চেণ্ডেলৰ কোব। কেৱল স্বামীক মাৰধৰ কৰিয়েই ক্ষান্ত নাথাকি অবৈধ প্ৰেমিকাকো মাৰধৰ কৰে পত্নীয়ে।

ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে ‘‘মোৰ স্বামীয়ে মোক তিনি বছৰ ধৰি মাৰ ঘৰৰ পৰা অনা নাছিল। এতিয়া এবছৰৰ পাছত যেতিয়া মই নিজৰ ইচ্ছামতে আহিছিলো তেতিয়া মোৰ স্বামীয়ে মোক প্ৰতিদিনে সুধিছিল, মই কিয় আহিছো? তেওঁ মোক বিবাহ বিচ্ছেদৰো হেঁচা দিছিল। আমাৰ এটি পু্ত্ৰ সন্তানো আছে৷ মোৰ স্বামীৰ ওপৰত সন্দেহ হৈছিল আৰু মই সেয়া প্ৰমাণ কৰিবলৈ দীৰ্ঘদিন ধৰি উঠিপৰি লাগিছিলো। মই সকলো তথ্য সংগ্ৰহ কৰো আৰু মোৰ সন্দেহ সঁচা হ’ল।’’ 

এই ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সতনা চহৰত। থানাৰ ভিতৰতে মাৰপিট সংঘটিত হোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক