--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আছাদুদ্দিন ওৱেইছিৰ বাহনত গুলীচালনাৰ ঘটনাৰ সংঘটিত হোৱাৰ পাছত সমগ্ৰ ঘটনাটোৱে দেশজুৰি চৰ্চা লাভ কৰিছিল৷ গ্ৰেপ্তাৰ হৈছিল দুজন লোক, ওৱেইছিলৈ আগবঢ়োৱা হৈছিল জেড পৰ্যায়ৰ নিৰাপত্তা৷ এইবাৰ ওৱেইছিৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনাই হায়দৰাবাদৰ ব্যৱসায়ীয়ে বলি দিলে এশ এটা ছাগলী৷ এজন ব্যৱসায়ীয়ে আজি হায়দৰাবাদত লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ সুৰক্ষা আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰি ১০১টা ছাগলী বলি দিয়ে৷ অনুষ্ঠানটোত মালাকপেটৰ বিধায়ক আৰু এআইএমআইএম নেতা আহমেদ বালালাও উপস্থিত আছিল। এজন ব্যৱসায়ীয়ে দেওবাৰে হায়দৰাবাদত লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ সুৰক্ষা আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ১০১ টা ছাগলী বলি দিছিল। আৰক্ষীৰ জেৰাৰ সময়ত, অভিযুক্ত শচীনে কৈছিল যে তেওঁ ‘হত্যাৰ উদ্দেশ্যৰে’ গুলী চালনা কৰিছিল। তেওঁ নিজকে বিজেপিৰ সদস্য বুলি দাবী কৰিছে। ইপিনে, শনিবাৰে উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ ছপ্ৰাউলি চহৰত এক ৰেলী সম্বোধন কৰি ওৱেইছিয়ে কয়, ‘যিসকলে মোক আক্ৰমণ কৰিছিল তেওঁলোকেই গান্ধীকো হত্যা কৰিছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ