--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১ জানুৱাৰীত সুশান্ত সিং ৰাজপুতৰ জন্ম বাৰ্ষিকী। আজি যদি সুশান্ত আমাৰ মাজত থাকিলহেঁতেন তেন্তে তেওঁ ৩৭ সংখ্যক জন্মদিন পালন কৰিলেহেঁতেন। আজি সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে এটা আৱেগিক ভিডিঅ’ আৰু পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁলোকৰ শৈশৱৰ স্মৃতি  অনুৰাগীৰ সৈতে ভাগ কৰিছে।

আজিও সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে কন্দুৱাই বহু অনুৰাগীক।  ৩৪ বছৰ বয়সতে অজান কাৰণত আত্মঘাটি সিদ্ধান্ত লৈছিল অভিনেতা গৰাকীয়ে।  “পবিত্ৰ ৰিষ্টা” ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিঙে পিছলৈ বলীউডতো নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হয়। 

ওপজা দিন উপলক্ষে আজি সুশান্তক স্মৰণ কৰি তেওঁৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে লিখিছে এটি আৱেগিক পোষ্ট 
সুশান্ত সিং ৰাজপুতৰ জন্ম বাৰ্ষিকীত তেওঁৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে তেওঁক পুৰনি ছবি পোষ্ট কৰি স্মৰণ কৰে। প্ৰয়াত অভিনেতাগৰাকীৰ পৰিয়ালৰ সৈতে এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে- 'মোৰ মৰমৰ সৰু ভাইটিলৈ জন্ম দিনৰ সুভাষা তুমি যতেই আছা সুখত থাকা , মোৰ  অনুভৱ হয় তুমি নিশ্চয় কৈলাশত মহাদেৱৰ সৈতে সময় পাৰ কৰিছা। কেতিয়াবা তললৈ চাবাচোন যে তুমি কিমান যাদুৰ সৃষ্টি কৰিছা। তুমি তোমাৰ দৰেই 
বহু সুশান্তৰ জন্ম দিলা। মই সদায় তোমাক লৈ গৌৰৱান্বিত।'

জনপ্ৰিয় টিভি শ্ব’ পবিত্ৰ ৰিষ্টাত মুখ্য চৰিত্ৰত অভিনয় কৰি সুশান্ত সিং ৰাজপুতৰ নাম ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ আকৰ্ষণীয় ফিল্মগ্ৰাফীত আছিল কেদাৰনাথ, এম এছ ধোনী: দ্য আনটল্ড ষ্ট’ৰী।  কেদাৰনাথ”, “পিকে” আদিৰ দৰে কেইবাখনো ছবিত অভিনীত সুশান্ত সিঙৰ মৃত্যুয়ে শোকস্তব্ধ কৰি তুলিছিল সকলোকে ।
 
সুশান্ত সিং ৰাজপুতৰ শেষ প্ৰজেক্ট আছিল অভিনীত দিল বেচাৰা। ২০২০ চনত তেওঁৰ মৃত্যুৰ পিছত মুক্তি লাভ কৰা ছবিখন।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক