--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰেচনেল চেণ্টাৰত অনুষ্ঠিত হয় নেত্ৰী চামিট (NETRI Summit)৷ ৰাজনৈতিক ক্ষেত্ৰখনত লিংগ অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি অনুষ্ঠিত উক্ত নেত্ৰী  চামিট ভাৰতৰ ভিতৰতে লেখত ল’বলগীয়া শীৰ্ষ-সন্মিলন। 

৫০তকৈ অধিক বক্তাৰ উপস্থিতিত আয়োজন কৰা শীৰ্ষ-সন্মিলনখনত ভাৰতৰ ৯টা ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে সংবাদ মাধ্যম, চলচিত্ৰ জগত তথা শৈক্ষিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। নেত্ৰী শীৰ্ষ সন্মিলনখনত ডিজিটেল গৱৰ্নেন্স, অৰ্থনীতি, কলা, বাজেট আদিৰ ক্ষেত্ৰত লিংগৰ ভূমিকা তথা ৰাজনৈতিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱক কেন্দ্ৰ কৰি ১০টা বিষয়ত আলোচনা চক্ৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানতে NSUIৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰ্পিতা দত্তক  ৰাজনৈতিক ক্ষেত্ৰ তথা নীতি গঠনত তেওঁৰ অনন্য অৱদানৰ বাবে ১০গৰাকী অন্য মহিলাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ বৰ্ণাঢ্য শীৰ্ষ-সন্মিলনখনত ৰাজ্যসভাৰ সদস্য প্ৰিয়ংকা চতুৰ্বেদী, অমৰ পাটনায়ক, লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিহাৰৰ প্ৰথম মহিলা IPS বিষয়া মঞ্জৰী জাৰুহাৰ, এছ ৱাই কোৰেশিৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক