--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰ জ্বলিছে, জ্বলিয়েই আছে৷ মণিপুৰৰ কেইবাটাও ঠাইত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছত মানুহে তেওঁলোকৰ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই পাবলৈ চেষ্টা চলাই আছে৷  পশ্চিম আৰু পূব ইম্ফলত দুৰ্বৃত্তৰ দ্বাৰা অগ্নিসংযোগৰ ঘটনাৰ পিছতে উত্তেজনা পুনৰ বিয়পি পৰিছে৷ সেনা, বায়ু সেনা আৰু অসম ৰাইফলছে আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

ইপিনে ইম্ফলৰ পেট্ৰ'ল পাম্পত মানুহৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে৷ সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত, লোকসকলে দুচকীয়া বাহনত তেল ভৰাবলৈ  শাৰীত পাতি অপেক্ষা কৰা দেখা গৈছে৷ তেওঁলোকৰ ভিতৰত বহু  স্বাস্থ্যসেৱা কৰ্মীও আছে৷   


মণিপুৰৰ চুৰাচান্দপুৰত নিৰাপত্তাৰক্ষীয়ে  চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ খবৰ আহিছে। ইফালেমণিপুৰত নিহত হৈছে এজন চিআৰপিএফ কমাণ্ডোকে ধৰি এজন আয়কৰ বিষয়া।

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে মণিপুৰত ধাৰা ৩৫৫ জাৰি কৰি আৰু আইন-শৃংখলা আৰু নিৰাপত্তা বজাই ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছিল। মেইটেই সম্প্ৰদায়ৰ লোকসকলে  জনজাতি পৰিচয়ৰ বাবে  এই সপ্তাহৰ আৰম্ভণিতে আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ ৪৮  ঘণ্টাৰ ভিতৰতে মণিপুৰ প্ৰায় যুদ্ধক্ষেত্ৰত পৰিণত হৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে