--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটিল ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱকিশোৰ দাস। ভুৱনেশ্বৰৰ এখন চিকিৎসালয়ত  দেওবাৰে সন্ধিয়া মৃত্যু হয় মন্ত্ৰীগৰাকীৰ।

উৰিষ্যাৰ ঝাৰছুগুদা জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চ’কৰ সমীপত দেওবাৰে পুৱা সংঘটিত হয় মন্ত্ৰীগৰাকীক উদ্দেশ্যি গুলিচালনাৰ ঘটনা। মন্ত্ৰীগৰাকীক এগৰাকী আৰক্ষী বিষয়াই গুলিওৱাৰ অভিযোগ উঠে। গুলিচালনাৰ ফলত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বুকুত দুবাৰকৈ গুলী লাগিছিল। গুলীবিদ্ধ হোৱাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই ঘটনাৰ প্ৰায় লগে লগে নৱকিশোৰক ঝাৰছুগুদা বিমানবন্দৰলৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁক বিমানযোগে ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু পিছলৈ পৰিস্থিতি অধিক বেয়া হৈ পৰিল। চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক