--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলাৰ পূৰ্বে ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই হৃষীকেশলৈ গৈ এক আধ্যাত্মিক ভ্ৰমণ আৰম্ভ কৰিছে৷ দম্পতীহালে  স্বামী দয়ানন্দ গিৰি আশ্ৰম দৰ্শন কৰি আশীৰ্বাদ লৈছে ৷বিৰুশ্কাৰ আশ্ৰম দৰ্শনৰ  কেইবাখনো ছবি ভাইৰেল হৈ পৰিছে৷ 

ছবি বোৰত অনুষ্কা আৰু বিৰাটক আশ্ৰমত পূজা কৰা দেখা গৈছে। বিৰাটে আশ্ৰমত ভক্তৰ সৈচে ছেলফিও উঠিছে৷   খবৰ অনুসৰি বিৰাট আৰু অনুষ্কাই আশ্ৰমত এক ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত ভাণ্ডাৰা (ধৰ্মীয় ভোজ)ত ভাগ ল’ব৷ উল্লেখ্য  বিৰাট আৰু অনুষ্কাৰই  কিছুদিন পৰ্বে তেওঁলোকৰ কন্যা  ভামিকাৰ সৈতে বৃন্দাবনৰ এখন আশ্ৰমত আশীৰ্বাদ গ্ৰহণ কৰিছিল৷ 

চাৰিখন খেলৰ টেষ্ট শৃংখলাৰ দিন। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ২০২৩ শৃংখলাটোত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। শীৰ্ষ দলবোৰে জুনত ওভালত অনুষ্ঠিত হ'বলগীয়া এক-অফ চেম্পিয়নশ্বিপ খেলৰ বাবে প্লে অফৰ স্থান অৰ্জন কৰিব৷ শৃংখলাটো ৯ ফেব্ৰুৱাৰীত নাগপুৰত আৰম্ভ হ'ব ৷ আনহাতে মুম্বাইত ১৭ মাৰ্চত এদিনীয়া খেল  হ'ব৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই