--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে হলিউডত অভিষেক ঘটাইছে দীপিকা পাডুকনে। যোৱা বছৰ দীপিকাইও অস্কাৰৰ মঞ্চত ভৰি দিছিল। এইবাৰ বাফটাৰ মঞ্চত দেখা যাব দীপিকাক। ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব দীপিকাই। মঙলবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই খবৰ দিয়ে অভিনেত্ৰীগৰাকীয়ে। লণ্ডনৰ ৰয়েল ফেষ্টিভ অডিটৰিয়ামত অনুষ্ঠিত হ’ব লগা ‘বাফটা’ অনুষ্ঠান।

১৯ ফেব্ৰুৱাৰীত দীপিকাই চিনেমা জগতৰ উৎকৃষ্টতাক সন্মান জনাই এই আন্তঃৰাষ্ট্ৰীয় মঞ্চখন পোহৰাই তুলিব। এই মঞ্চত দীপিকাক ডেভিদ বেকহাম, কেট ব্লেনচেট, দুয়া লিপাৰ দৰে তাৰকাৰ সৈতে একে শাৰীতে দেখা যাব।

অভিনেত্ৰীগৰাকীয়ে ২০২৩ চনত অস্কাৰৰ মঞ্চত উপস্থাপক হিচাপে উপস্থিত আছিল। ভাৰতীয় ছবি ‘আৰ আৰ আৰ’ৰ ‘নাতু নাতু’ গীতেৰে অস্কাৰৰ মঞ্চত ব্ৰডৱে ষ্টাইলৰ অভিনয়ৰ কথা ঘোষণা কৰে দীপিকাই। তেওঁ সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছিল। এইবাৰ দীপিকাৰ সফলতাৰ মুকুটত এটা নতুন পাখি সংযোজন কৰিবলৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ