--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কনমেন সুকেশ চন্দ্ৰশেখৰ বিগত দুবছৰ ধৰি আৰ্থিক আত্মসাৎৰ গোচৰত কাৰাগাৰত বন্দী হৈ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত ভৰ্তি হৈ আছে। জেলত থকা অৱস্থাত জেকুলিন ফাৰ্ণাণ্ডেজক অহৰহ ভাবুকি দি থাকে। জেকুলিনে আতংকিত হৈ পৰিছে। নিজৰ সুৰক্ষাৰ বাবে চিন্তিত অভিনেত্ৰীগৰাকী। 

এইবাৰ তেওঁ সুকেশৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা বিশেষ দলেও প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

শুনা যায় যে ‘কিক’ৰ বিখ্যাত অভিনেত্ৰীগৰাকীয়ে এসময়ত কনমেন সুকেশৰ প্ৰেমত পৰিছিল। সম্পৰ্কৰ সময়ত সুকেশৰ পৰাও তাই লাভ কৰিছিল কেইবাটাও দামী উপহাৰ। সুকেশৰ সৈতে জড়িত থকাৰ বাবেই জেকলিনে কেইবাবাৰো বিতৰ্কৰ সন্মুখীন হৈছে। জালিয়াতিৰ গোচৰৰ তদন্তৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক।

সেই নিষেধাজ্ঞা যোৱা বছৰ উঠাই লোৱা হৈছিল। জেকলিনে যিমানেই সম্পৰ্কটোক অস্বীকাৰ নকৰক কিয়, সুকেশ কোনো ত্যাগকাৰী নহয়। জেলত বহি থকা অৱস্থাত তেওঁ অভিনেত্ৰীগৰাকীলৈ অহৰহ প্ৰেমৰ চিঠি লিখিছিল। সেই কথাত জেকলিন লাজ পায়। সুকেশৰ প্ৰেম চিঠিবোৰ কেতিয়াবা প্ৰেমৰ শব্দ, কেতিয়াবা ওৰণি লোৱা ভাবুকি। অৱশেষত অভিনেত্ৰীগৰাকীয়ে সুকেশৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীৰ কাষ চাপিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু