--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে। তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এইবুলি ‘পোষ্ট’ কৰিছে: "অসম ইয়াৰ সুন্দৰ চাহ বাগিচাসমূহৰ বাবে জনাজাত, আৰু অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে। মই চাহ বাগিচাৰ অসাধাৰণ সম্প্ৰদায়টোক প্ৰশংসা কৰিব বিচাৰিছোঁ, যিসকলে কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সমগ্ৰ বিশ্বতে অসমৰ সন্মান বৃদ্ধি কৰি আহিছে। মই পৰ্যটকসকলক ৰাজ্যখন ভ্ৰমণৰ সময়ত এই চাহ বাগিচাসমূহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী