--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ফাৰুন  মেধিয়ে৷  নেব্ৰাস্কাক প্ৰতিনিধিত্ব কৰা ফাৰুন মেধিয়ে শনিবাৰে  নেভাডাৰ ৰেনোৰ গ্ৰেণ্ড চিয়েৰা ৰিজৰ্ট আৰু কেচিনোত মিছ টিন ইউ এছ এ ২০২২ খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ 

এই সন্মানজনক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা  ফাৰুন  মেধিৰ হৈছে অসমীয়া মূলৰ৷ গৌতম মেধিৰ জীয়ৰী ফাৰুন মেধিয়ে গুৱাহাটীত জন্ম গ্ৰহণ কৰিছিল৷ ১৯৮৯ চনৰ পৰা  তেওঁৰ পিতৃয়ে  আমেৰিকাত স্থায়ী  বাসিন্দা ৰূপে থাকিবলৈ লয়।ফাৰুন মেধি এগৰাকী ১৮  বছৰীয়া উচ্চ বিদ্যালয়ৰ স্নাতক আৰু মডেল, যি ওমাহাৰ বাসিন্দা।

এই প্ৰতিযোগীতাৰ পাঁচজন ফাইনেলিষ্টৰ ভিতৰত আন চাৰিজন আছিল-  আইডাহোৰ জেনা বেকষ্ট্ৰম, প্ৰথম ৰানাৰ-আপ, কেলিফৰ্ণিয়াৰ কেচিডি হিল, দ্বিতীয় ৰানাৰ-আপ, মিচিগানৰ ইছাবেলা মছজিদা, তৃতীয় ৰানাৰ-আপ আৰু টেনেছৰ মেককিনলে ফাৰেচ চতুৰ্থ ৰানাৰ-আপ।

অনুষ্ঠানটোৱে কিছুমান বিশেষ পুৰস্কাৰও প্ৰদান কৰিছিল।  ওহাইঅ'ৰ কাইলান ডাৰ্ণেলে ফেন ফেভাৰেট উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে নৰ্থ কেৰোলিনাৰ গেব্ৰিয়েলা অৰ্টেগা আৰু নেভাডাৰ জানে মেকিনটছে ক্ৰমে মিছ ফটোজেনিক আৰু মিছ কনজেনিয়ালিটি পুৰস্কাৰ লাভ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ