--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমলৈ ছবিৰ দৃশ্যগ্ৰহণৰ  বাবে আহি ধন্য কৰি থৈ গ’ল এজন  পাইলটক ৷ পাইলট জনক তেওঁ উপহাৰ দি থৈ গ’ল নিজৰ  জিমৰ সঁজুলি ৷ হৃত্বিক ৰোশনৰ দৈনন্দিন ৰুটিন হ'ল ব্যায়ামৰ পিছতহে  দিনটো আৰম্ভ কৰা। 

ঘৰত বা শ্বুটিঙৰ মজিয়াত য’তেই নাথাকক কিয় তেওঁ ব্যায়াম কৰিবই।শেহতীয়াকৈ  হৃত্বিক অসমলৈ আহিছিল  এখন নতুন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে৷ অসমলৈ অহাৰ সময়তে জিমৰ সঁজুলিও তেওঁ লগতে লৈ আহিছিল৷ হৃত্বিক ৰোশনে  দৃশ্যগ্ৰহণৰ মাজত যেতিয়াই সময় পাইছিল তেতিয়াই ব্যায়াম কৰিছিল। 



নতুন ছবি খনৰ  শ্বুটিং সম্পূৰ্ণ কৰিবলৈ  অসমলৈআহোতে   হৃতিকে অসমৰ এজন বায়ু সেনাৰ পাইলটক উপহাৰ হিচাপে তেওঁৰ  জিমৰ সকলো সঁজুলি দিয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য৷ হৃতিক পাইলট জনক কৈছিল  , 'আজিৰে পৰা এই সকলোবোৰ আপোনাৰ ৷’  উল্লেখ্য হৃত্বিকক পৰিচালক সিদ্ধাৰ্থ আনন্দৰ ছবিখনত এজন পাইলটৰ চৰিত্ৰত দেখা যাব। ফটোখনৰ  ছবি খনৰ নাম ফাইটাৰ।

হৃত্বিক আৰু কংগনাই একে সময়তে অসমলৈ আছিল। কংগনাই তেওঁৰ ছবি 'ইমাৰ্জেন্সি'ৰ দৃশ্যগ্ৰহণ কৰিবলৈ আহিছিল আৰু হৃত্বিকে 'ফাইটাৰ' ছবিখনৰ  শ্বুটিঙৰ বাবে আহিছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক