--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি সঘনাই সলনি হৈছে বতৰ৷ আহিছে ইটোৰ পাছত সিটো পশ্চিমীয়া ধুমুহাৰ সতৰ্কবাণী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি অহা তিনিদিনত মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৃষ্টিপাতৰ সম্ভাৱনা আছে। আগন্তুক ৩দিনত অসমতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মঙলবাৰে আগজাননীযোগে প্ৰকাশ কৰিছে যে পশ্চিমীয়া ধুমুহাই উত্তৰ-পশ্চিম ভাৰতৰ বতৰত প্ৰভাৱ পেলাব।

১৩ আৰু ১৪ মাৰ্চত জন্মু-কাশ্মীৰ লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডত বজ্ৰপাতৰ আশংকা কৰা হৈছে৷ ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পশ্চিম ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে আজি পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

আনহাতে, ১৪ মাৰ্চলৈকে পশ্চিম বংগ আৰু ছিকিমত পাতলীয়া বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। 

বতৰ বিজ্ঞান বিভাগে ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ওড়িশাত পাতলীয়া বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ একেদৰে, ১৬ আৰু ১৭ মাৰ্চত ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ অঞ্চলবিশেষতো পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী