--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধনশ্ৰী বাৰ্মা আৰু যুজবেন্দ্ৰ চাহাল সম্পৰ্কীয় বাতৰিৰ বজাৰত বিগত কেইবাদিন ধৰি উত্তপ্ত হৈ আছে। দুয়োৰে সম্পৰ্কত বিভাজন ঘটিছে আৰু বিবাহ বিচ্ছেদও হ’ব বুলি জল্পনা-কল্পনা চলিছিল। কিন্তু এতিয়া ধনশ্ৰীয়ে এই সন্দৰ্ভত ছবিখন সম্পূৰ্ণ স্পষ্ট কৰি দিছে। 

শেহতীয়াকৈ ধনশ্ৰী বাৰ্মা আৰু যুজবেন্দ্ৰ চাহালৰ মাজত একোৱেই ভাল নহয় বুলি খবৰটোৱে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।ধনশ্ৰীয়ে ইনষ্টাগ্ৰামত নিজৰ নামৰ সন্মুখত চাহল শব্দটো আতৰাই দিয়াৰ লগে লগে নেটিজেনৰ মাজত চৰ্চা আৰম্ভ হয় । জল্পনা-কল্পনা চলিছিল যে তাত এই খবৰটোৰ কেইঘণ্টামান পাছতে দুয়োজনে ইনষ্টা ষ্ট'ৰী ( Insta story )শ্বেয়াৰ কৰি ৰাইজক এই খবৰবোৰ বিশ্বাস নকৰিবলৈ আহ্বান জনায়।ধনশ্ৰীয়ে নিজেই ছ'চিয়েলত এটা দীঘলীয়া আৰু বহল পোষ্ট কৰিছে মিডিয়াত তেওঁ সকলো সত্য কৈছে।

ধনশ্ৰী বাৰ্মা বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈছে ধনশ্ৰী বাৰ্মাই  ইনষ্টাগ্ৰামত এটা পোষ্ট দিছে য’ত তেওঁ কয় যে তেওঁ এই মুহূৰ্তত অতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে। তেওঁ কয় যে এটা ৰিল বনাওঁতে তেওঁ আঁঠুত  যঠেষ্ট পৰিমাণে আঘাত পাইছিল, আৰু তেতিয়াৰ পৰা তেওঁ বহুত কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছিল বুলি জানিব দিয়ে, এই সময়ত তেওঁ নাচিব পৰা নাই, দৈনন্দিন কামো কৰিব পৰা নাই। এই কাৰণেই তেওঁৰ চিকিৎসা চলি আছে।

ইয়াৰ লগতে ধনশ্ৰী বাৰ্মাই তেওঁৰ আৰু যুজবেন্দ্ৰ চাহালৰ মাজত বিচ্ছিন্নতাৰ সকলো খবৰ অস্বীকাৰ কৰে। তেওঁ কয় যে এই সময়ত তেওঁ যি পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈ আছে তাত তেওঁৰ পৰিয়াল আৰু স্বামীয়ে তেওঁক আটাইতকৈ বেছি সহায় কৰিছে। আৰু তেওঁলোকৰ বাবেই তাই এই বেদনা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। চৰ্চাত থকা এনে খবৰে তেওঁও বহুত কষ্ট দিছে বুলি তেওঁ‌ উল্লেখ কৰে ।‌

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু