--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত টেংকীৰ পানী ৰ’দত অতি গৰম হৈ পৰে। উতলা পানী হৈ পৰা সেই পানীৰে   আনকি গা ধোৱাও টান হৈ পৰে।  
 টেংকীৰ পানী জুইৰ দৰেহৈ পৰে। এনে গৰম পানীৰে গা ধুলে শৰীৰ প্ৰায় জ্বলি যোৱা যেন লাগে।  গৰমৰ দিনত এই সমস্যা বহুতৰে হয়। কিন্তু কি উপায়েৰে আপুনি টেংকীৰ পানী শীতল কৰি ৰাখিব পাৰিব?  কেইটামান সহজ পদ্ধতিৰে  আপুনি সহজে টেংকীৰ পানী ঠাণ্ডা কৰি ৰাখিব পাৰে। ইয়াত সেই সম্পৰ্কীয় কেইটামান কিটিপ উল্লেখ কৰা হ’ল- 

 ৰ'দৰ পৰা  টেংকীৰ  পানী ঠাণ্ডা কৰি ৰাখিবলৈ আপুনি মৰাপাটৰ বস্তা ব্যৱহাৰ কৰিব পাৰে। ৪ ৰ পৰা ৫ খন মৰাপাটৰ বস্তা সংগ্ৰহ কৰক আৰু সেইবোৰ তিয়াই টেংকীটো  বাহিৰৰ পৰা  ভালদৰে ঢাকি দিয়ক। আপুনি দেখিব যে পানী ঠাণ্ডা  হৈ ৰৈছে।

  গ্ৰীষ্মকালত টেংকীৰ পানী গৰম হোৱাৰ এটা কাৰণ হ'ল যি পাইপৰ মাজেৰে পানী আহে সেয়া  সূৰ্যৰ উত্তাপত  গৰম হৈ যায়। যদি পাইপ  তিতা কাপোৰেৰে ঢাকি ৰাখিব  পাৰি, ই পোনপটীয়াকৈ তাপ নাপাব আৰু তেনে ক্ষেত্ৰত পানীও ঠাণ্ডা  হৈ থাকিব।

বিশেষজ্ঞসকলে গ্ৰীষ্মকালত বগা কাপোৰ পিন্ধিবলৈ কয়। সেই সূত্ৰ অনুসৰি  টেংকীত বগা ৰং কৰক। আপুনি দেখিব যে পানী ঠাণ্ডা হৈ ৰৈছে।
টেংকীত চূণ বা মাটিৰ আৱৰণ প্ৰয়োগ কৰিও পানী ঠাণ্ডা কৰি ৰাখিব পাৰি। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ