--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনক্ষেত্ৰখনক টনকিয়াল কৰাৰ লগতে  জলজ জীৱনৰ সমৃদ্ধ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰ আগবাঢ়িছে  এটা মৎস্য সংগ্ৰহালয় স্থাপন কৰাৰ দিশে৷ 

অৰুণাচল প্ৰদেশ চৰকাৰৰ মীন মন্ত্ৰী টেজ টাকিৰে অলপতে মীন সংগ্ৰহালয়ৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচলতেই প্ৰথমবাৰৰ বাবে এনে প্ৰকল্প মুকলি হ’ব৷ দেওবাৰে এই পৰিকল্পনা ৰাজহুৱা কৰিছিল ৰাজ্যখনৰ মীন মন্ত্ৰী টেজ টাকিৰে৷

সংগ্ৰহালয়টো অৰুণাচল প্ৰদেশ ৰাজ্যৰ ইণ্টিগ্ৰেটেড একুৱা পাৰ্কৰ এটা অংশ হ'ব। প্ৰকল্পটো কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা হ'ব আৰু ইয়াক ইতিমধ্যে অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পটোৰ বাবে মুঠ ৪৩.৫৯ কোটি টকা মঞ্জুৰ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত আৱণ্টন কৰা ছেটআপৰ বাবে এইয়া প্ৰথম পুঁজি।

অৰুণাচলৰ বুলা গাঁৱত ইতিমধ্যে এটা মীন প্ৰকল্প আছে। এই প্ৰকল্পটোৰ নাম হৈছে টেৰিন ফিছ ফাৰ্ম। এই ফাৰ্মখন অৰুণাচল প্ৰদেশৰ নিম্ন সুবনশিৰি জিলাত অৱস্থিত। শেহতীয়া পৰিকল্পনা অনুসৰি এই প্ৰকল্পটো এটা ইণ্টিগ্ৰেটেড একুৱা পাৰ্কলৈ উন্নীত কৰা হ'ব আৰু ই আহিবলগীয়া মাছ সংগ্ৰহালয়ৰ ক্ষেত্ৰ ৰূপে পৰিচিত হ’ব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক