--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠাণ্ডা বুলি ক’লেই বহুতৰে পেটতে হাত-ভৰি লুকায়। এই দিন কেইটাত বহুতৰেই গাত বহুদিনলৈ পানী নপৰেই। বহুতে আকৌ গাৰ গোন্ধ দূৰ কৰিবলৈ পাৰফিউম মাৰিয়েই স্নানৰ কাম ফেৰা স্পূৰ্ণ কৰি থয়। গা নোধোৱাকৈ থকাসকলৰ ভিতৰত বলীউডৰ অভিনেতা আমিৰ খানো আছে।

 আমিৰ খানেও নিতৌ গা নুধুৱে। এই কথা আমিৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাৱেই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। লিভ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত কিৰণ ৰাৱে কৈছিল, "তেওঁৰ বিষয়ে মই ভাল নোপোৱা এটা কথা হ'ল তেওঁ নিতৌ গা নুধুৱে। আৰু একথাকলৈয়েই আমাৰ মাজত খকা-খুন্দাও লাগে ।" পত্নীৰ অভিযোগ সন্দৰ্ভত  অভিনেতাজনে কৈছিল, "মই কামৰ বাবে বাহিৰলৈ যাওঁতে গা ধুই যাওঁ।  যেতিয়া মই বাহিৰলৈ ওলাই নাযাওঁ বা যেতিয়া মই ঘৰতে থাকো তেতিয়াহে গা ধুব নোৱাৰো।"আমিৰৰ ঘনিষ্ঠ মহলৰ মতে অভিনেতাজনৰ সেই স্বভাৱ এতিয়াও সলনি হোৱা নাই। এতিয়াও তেওঁ বহুদিন গা নোধোৱাকৈয়ে থাকে। 

মাজতে কথা ওলাইছে যে আমিৰে আন এগৰাকী যুৱতীৰ সৈতে ডেটিং কৰি আছে। মুখ বাগৰি অহা কথাৰ সত্যতা অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। বহুতে কৈছে যে আমিৰ খানৰ গা নোধোৱা কথাটোৰ বাবেই বহু যুৱতীয়ে তেওঁৰ পৰা ফালৰি কাটি থাকিব বিচাৰে। অৱশ্যে দ্বিতীয় বিবাহ কৰোৱা আমিৰ খানৰ যুৱতীৰ সৈতে থকা সম্পৰ্কৰ খবৰ কমেইহে ওলায়। সাংসাৰিক জীৱনত আমিৰ যথেষ্ট দায়বদ্ধ  বুলি তেওঁৰ সুনাম এটা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement