--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাৰাহ খান। দেশৰ চলচিত্ৰপ্ৰেমীৰ বাবে এটা চিনাকী নাম। বলীউডত  পৰিচালক,প্ৰযোজক,আৰু কৰিঅ’গ্ৰাফাৰ হিচাপে পৰিচিত  ফাৰাহ খানৰ উন্নতিৰ পথ মুঠেও মসৃণ নাছিল। কাঁইটীয়া বাটেৰে আগুৱাই তেওঁ আজিৰ অৱস্থাত উপনীত হৈছে। 

পুৰণি দিনৰ সংঘাতপূৰ্ণ কথাবোৰ ফাৰাহৰ মাজে মাজে মনত পৰে। তেতিয়াই তেওঁ হৈ পৰে আবেগিক।  বলীউডৰ কেইবাখনো  ছবিৰ  পৰিচালক  ফাৰাহৰ এটা সময়ত মূৰৰ ওপৰত নিজৰ বুলিবলৈ এখন চালিও নাছিল। সেইবোৰ কথা স্মৰণ কৰিয়েই  ফাৰাহ খানে টেলিভিচনৰ ৰিয়েলিটি শ্ব’ত  উচুপি উঠে।  । 

অনুষ্ঠানটোত তেওঁ কয় যে এটা সময়ত তেওঁলোকৰ থাকিবলৈ ঘৰ নাছিল। ফাৰাহে কয় ’’ চাজিদ, মই আৰু মোৰ মা ছবছৰ ধৰি এখন দোকানৰ এটা ষ্টৰ ৰুমত বাস কৰিছিলো।’’ ফাৰাহ খানৰ এই কথা শুনাৰ পিছতে তাত উপস্থিত থকা সকলোৱে  আচৰিত হৈ পৰে।  পুৰণি 

ফাৰাহ খানে কয় যে বহু কষ্টৰ পিছত তেওঁ আজি এই অৱস্থা পাইছে।  সেই দিনবোৰৰ কথাই তেোঁক আজিও আমনি কৰে বুলি তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক