--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতৰ পৰা আহিছে এক দুঃখবৰ। টিভি তাৰকা নীতেশ পাণ্ডে আৰু নাই। বুধবাৰে এই পৃথিৱীৰ পৰা বিদায় ললে প্ৰবীণ অভিনেতা নীতেশ পাণ্ডেই। সংবাদ মাধ্যমৰ খবৰ অনুসৰি হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবে নীতেশ পাণ্ডেৰ মৃত্যু হয়।

নিশা ১.৩০ বজাত অভিনেতাজনৰ হৃদযন্ত্ৰ বন্ধ হৈ যায়, যাৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত নীতেশ পাণ্ডেৰ বয়স আছিল ৫১ বছৰ। পাণ্ডেৰ মৃত্যুত অনুৰাগীসকল শোকত ম্ৰিয়মান হৈ পৰিছে। নীতেশে শ্বুটিঙৰ বাবে ইগাটপুৰলৈ গৈছিল। তাতে ৰাতি প্ৰায় ১:৩০ মান বজাত তেওঁৰ হৃদযন্ত্ৰ বন্ধ হৈ যায়।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে টিভিৰ বিখ্যাত অনুষ্ঠান অনুপমাত অভিনয় কৰিছিল। এই শ্ব’টোত অভিনেতাগৰাকীয়ে ধীৰাজ কাপুৰৰ চৰিত্ৰত অভিনয় কৰিছিল। 

নীতিশ পাণ্ডেয়ে বহু ছুপাৰহিট শ্ব’ত কাম কৰিছিল, য’ত আছিল ‘তেজস’, ‘সায়া’, ‘মঞ্জিলে আপনি আপনি’, ‘কুচ তো লগ কহেংগে’, ‘এক ৰিস্তা পাৰ্টনাৰশ্বিপ কা’, ‘মহাৰাজা কি জয় হো’, ‘হিৰো -মিছিং মোড’ অন' অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও অভিনেতাগৰাকীয়ে বহু ছবিতো কাম কৰিছিল, য’ত ‘বধাই দ’, ‘মদাৰী’, ‘দবাং ২’ আদি ছবিও আছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে