--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু হৈছে মোহময়ী অভিনেত্ৰী বৈভৱী উপাধ্যায়। জনপ্ৰিয় টিভি শ্ব’ ‘সাৰাভাই বনাম সাৰাভাই’ত অভিনয় কৰি পৰিচিতি লাভ কৰা অভিনেত্ৰীগৰাকীৰ এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে।

এই দুৰ্ভাগ্যজনক খবৰটো শ্বেয়াৰ কৰিছে শ্ব’টোৰ প্ৰযোজক জে ডি মাজেথিয়াই। ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ এটা পোষ্টত তেওঁ এই দুৰ্ঘটনাটো উত্তৰ ভাৰতত সংঘটিত হোৱা বুলি সদৰী কৰিছে।

“এগৰাকী অতি সুন্দৰ অভিনেত্ৰী, প্ৰিয় বন্ধু সাৰাভাই বনাম সাৰাভাইৰ ‘জেচমিন’ নামেৰে পৰিচিত বৈভৱী উপাধ্যায়ৰ মৃত্যু হয়। উত্তৰ ভাৰতত এক দুৰ্ঘটনাৰ পতিত হয় বৈভৱী। কাইলৈ পুৱা প্ৰায় ১১ বজাত শেষৰ বাবে পৰিয়ালে তেওঁক মুম্বাইলৈ লৈ আহিব।”- জে ডি মাজেথিয়াই পোষ্টত এইদৰে লিখিছে।

উল্লেখ্য যে 'সাৰাভাই বনাম সাৰাভাই’ৰ উপৰিও ২০২০ চনত ‘ছাপাক’ আৰু ‘তিমিৰ’ (২০২৩) ছবিতো অভিনয় কৰিছিল বৈভৱীয়ে। অভিনেত্ৰীগৰাকীৰ মৃত্যুৱে বলিউডত শোকৰ ছাঁ পেলাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?