--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅযোধ্যা বিমানবন্দৰৰ নাম থিৰাং কৰা হ’ল।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰাৰ লগতে বিমান বন্দৰটোৰ নাম  “মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম” হিচাবে ৰখাৰ  প্ৰস্তাৱত অনুমোদন জনাইছে।

অযোধ্যা বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদালৈ উন্নীত কৰাটো অযোধ্যাৰ অৰ্থনৈতিক সম্ভাৱনা আৰু বৈশ্বিক তীৰ্থস্থান হিচাপে ইয়াৰ তাৎপৰ্য্য উপলব্ধিকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথা এই পদক্ষেপে বিদেশৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।

বিমানবন্দৰটোৰ নাম "মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, অযোধ্যাধাম" ৰখা কাৰ্য্যই মহাকাব্য ৰামায়ণ ৰচনা কৰা ঋষি মহৰ্ষি বাল্মিকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বিমানবন্দৰটোৰ পৰিচয়ত সাংস্কৃতিক স্পৰ্শ সংযোগ কৰিছে।

গভীৰ সাংস্কৃতিক শিপাৰে সংপৃক্ত অযোধ্যাক কৌশলগতভাৱে এক মূল অৰ্থনৈতিক কেন্দ্ৰ আৰু তীৰ্থস্থান হিচাপে গঢ়ি তোলা হৈছে। আন্তঃৰাষ্ট্ৰীয় তীৰ্থযাত্ৰী আৰু ব্যৱসায়ীসকলক আকৰ্ষণৰ সম্ভাৱনা থকা বিমানবন্দৰটোৱে চহৰখনৰ ঐতিহাসিক প্ৰাধান্যক প্ৰতিফলিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক