--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে বিশ্ব চেম্পিয়ন জাৰ্মানীক ৩-২ গ'লত পৰাস্ত কৰি  হকী প্ৰ' লীগত বিজয়ৰ  অভিযান আৰম্ভ কৰিলে। সুখজিৎ সিঙে শুক্ৰবাৰে ৰাউৰকেলাত দুটাকৈ গ'ল কৰিবলৈ সক্ষম হয়। এই বছৰৰ আৰম্ভণিতে ভাৰতীয় দলটোৱে দেশৰ মাটিত বিশ্বকাপ হকীত হতাশাজনক ফলাফল লাভ কৰিছিল। ৰাউৰকেল্লাৰ  ষ্টেডিয়ামত হৰমনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে  দক্ষিণ আফ্ৰিকাক ৫-২ গ'লত পৰাস্ত কৰি নৱম স্থানতহে থাকিবলৈ সক্ষম হৈছিল। 

জাৰ্মানীয়ে ফাইনেলত বেলজিয়ামক টাইব্ৰেকাৰত পৰাস্ত কৰি বিশ্বৰ শ্ৰেষ্ঠ দল  হৈ পৰিছিল।শুক্ৰবাৰৰ প্ৰো লীগত  খেলৰ পূৰ্বে বিশেষজ্ঞসকলে বিশ্ব চেম্পিয়ন জাৰ্মানীৰ আশাই বেছি দেখিছিল।  কিন্তু  খেলখনৰ আৰম্ভণিৰে পৰাই ভাৰতে আধিপত্য বিস্তাৰ কৰে। 

প্ৰথম কোৱাৰ্টাৰটো গোলবিহীনভাৱে সমাপ্ত হৈছিল। দ্বিতীয় কোৱাৰ্টাৰৰ শেষ মুহূৰ্তত (৩০ মিনিট) অধিনায়ক হৰমনপ্ৰীতে পেনাল্টি কৰ্ণাৰৰ পৰা গ'ল কৰি ভাৰতক আগুৱাই নিয়ে। 

তৃতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতে (৩১ মিনিট) সুখজিতে দলৰ ভাৰসাম্য ২-০ কৰিবলৈ সক্ষম হয়।  তেওঁ ৪২ মিনিটত পুনৰ গ'ল কৰে । কফমান ফিলিপে কেইমিনিটমানৰ ভিতৰতে গ’লৰ ব্যৱধান হ্ৰাস কৰিবলৈ সক্ষম হয়। ষ্ট্ৰাফ মিচেলে ২-৩ গ'ল কৰিও নিজৰ দলটোক জয়ী কৰোৱাব নোৱাৰিলে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক